VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 7, 2023
in মুখ্য সংবাদ
নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬ আগষ্ট :–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহাৰ সত্ৰীয়া নৃত্যৰ যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনে প্ৰদান কৰে “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান । শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য মহোৎসৱত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত ডেৰ দশক ধৰি নগাঁও জিলাৰ এজন যুৱকে নিয়োগ কৰা শ্ৰমৰ বিনিময়ত এই সন্মান প্ৰদান কৰা হয় । নগাঁৱৰ বৰজহাৰ কমলাবাৰী শাখা সত্ৰৰ চৌহদত অৱস্থিত সমন্বয় সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ মজুমদাৰক এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এই বঁটা প্ৰদান কৰে ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ অনুষ্ঠান সঞ্চালক ডেৰাদুনৰ নবীন শৰ্মাই । ৩৫ বছৰীয়া যুৱক বিশ্বজিৎ মজুমদাৰে ১৬ বছৰ বয়সৰ পৰাই নগাঁও জিলাৰ বেবেজীয়া,দক্ষিণপাট,ধিং আৰু বটদ্ৰৱা অঞ্চলৰ তৰুণ প্ৰজন্মৰ প্ৰতিনিধিসকলক সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । পাঁচশৰো অধিক শিক্ষাৰ্থীক এই বিষয়ত পৰিপক্ক কৰি তোলা বিশ্বজিৎ মজুমদাৰ বৰ্তমান নগাঁওবাসীৰ বাবে এটি পৰিচিত নাম ।শৈশৱতেই সত্ৰপীঠ মাজুলীৰ সত্ৰীয়া গুৰু মুহিধৰ বৰাৰ তত্বাৱধানত সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিশ্বজিৎ মজুমদাৰে বৰ্তমানেও ইয়াৰ প্ৰণালীবদ্ধ অধ্যয়নত আত্মনিয়োগ কৰি আহিছে । উল্লেখ্য যে গুৱাহাটীৰ জিলা পুথিভঁৰালত শনিবাৰে অনুষ্ঠিত হৈ যোৱা এই আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য মহোৎসৱত নগাঁৱৰ সমন্বয় সংগীত বিদ্যালয়ৰ দলটিয়ে ভোৰতাল নৃত্য পৰিবেশন কৰি “জয় মা কামাখ্যা সংগম” শীৰ্ষক ভাৰতীয় কলা মহোৎসৱৰ শুভ উদ্বোধন কৰে ।

Previous Post

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

Next Post

নগাঁৱত লোককল্যাণ দিৱস উদযাপন,দুজনক লোকসেৱা পুৰস্কাৰ প্ৰদান

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
নগাঁৱত লোককল্যাণ দিৱস উদযাপন,দুজনক লোকসেৱা পুৰস্কাৰ প্ৰদান

নগাঁৱত লোককল্যাণ দিৱস উদযাপন,দুজনক লোকসেৱা পুৰস্কাৰ প্ৰদান

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7