VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মায়ং মহাবিদ্যালয়ত জি-২০ শীৰ্ষক যুৱ সংসদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 4, 2023
in মুখ্য সংবাদ
মায়ং মহাবিদ্যালয়ত জি-২০ শীৰ্ষক যুৱ সংসদ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি ইংৰাজী ৪ জানুৱাৰী ২০২৩ তাৰিখে মায়ং আঞ্চলিক মহাবিদ্যালয়ত নেহেৰু যুৱ-কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত আৰু মায়ং মহাবিদ্যালয়ৰ সহযোগত আৰু ৰজা মায়ং মিলন জ্যোতি সংঘৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্য্যসূচীৰে জি-২০ শীৰ্ষক যুৱ সংসদৰ লগতে জিলা পৰ্যায়ৰ প্ৰতিবেশী যুৱ সংসদ কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ অংশ হিচাপে ৪ টা শৈক্ষিক কাৰ্য্যসূচী , আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যক্ৰম আৰু জিজ্ঞাসা প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ ৰজা মায়ং মিলন জ্যোতি যুৱ সংঘৰ সংগীত শিল্পী সকলে বিশিষ্ট গীতিকাৰ তথা নৃত্যশিল্পী পদ্মেশ্বৰ নাথৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “এই মায়ং আমাৰ মায়ং, তন্ত্ৰ- মন্ত্ৰৰ দেশ মায়াবী মায়াং ” শীৰ্ষক সমবেত গীতেৰে সভাঘৰ মুখৰিত কৰি তোলে ৷

নেহেৰু যুৱ-কেন্দ্ৰৰ মৰিগাঁও জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জি২০ আৰু ৱাই ২০ কাৰ্য্যসূচীৰ বিশদ ব্যাখ্যা আগবঢ়াই ৷ সমল ব্যক্তি হিচাপে মায়ং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক ড° গুণেশ্বৰ ডেকাই যুৱ শক্তি গণতন্ত্ৰ আৰু চৰকাৰৰ চালিকা শক্তি শীৰ্ষক বিষয়বস্তুৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়াই। ড° উৎপল নাথে দেশৰ যুৱশক্তিৰ দক্ষতা উন্নয়ণৰ সমস্যা আৰু প্ৰত্যাহ্বান বিষয়বস্তু সম্পৰ্কে অতি আকৰ্ষণীয় বক্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰে ৷

মুখ্য অতিথিৰ ভাসনত মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰাই অনুষ্ঠানত উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে ৷

নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা যুৱ সংসদ কাৰ্য্যসূচীত মায়ং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰবীন কলিতা , সমাজ সংগঠক দিলীপ নাথ , সংবাদসেৱী নজৰুল ইছলামৰ লগতে মায়ং মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বৃহত্তৰ মায়ং অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ শতাধিক বিষয়ববীয়াই অংশ গ্ৰহণ কৰা অনুষ্ঠানৰ শেষত মনোমোহা সাংস্কৃতিক অনুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বক্তিতা প্ৰতিযোগীতা আৰু তৰ্ক প্ৰতিযোগীতা অনুষ্ঠিত হয়।

 

Previous Post

ৰিমেজিনিং দ্য ব্ৰিটিছ মিউজিয়াম’ প্ৰকল্পৰ বাবে অসম সন্তান পংকজ প্ৰতীম বৰদলৈক ব্ৰিটিছ মিউজিয়ামলৈ আমন্ত্ৰণ

Next Post

নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয় ফিল্ম-ক্লাবত চলচ্ছিত্ৰম্‌-ৰ ছবি প্ৰদৰ্শন

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয় ফিল্ম-ক্লাবত চলচ্ছিত্ৰম্‌-ৰ ছবি প্ৰদৰ্শন

নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয় ফিল্ম-ক্লাবত চলচ্ছিত্ৰম্‌-ৰ ছবি প্ৰদৰ্শন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7