ৰন্ধন গেছৰ আধাৰ সবিশেষ পৰীক্ষণৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, যদি প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেন্তে কি হ’ব?
ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ সংযোগত (উজ্জ্বলা আৰু সাধাৰণ) গ্ৰাহকৰ আধাৰ বায়’মেট্ৰিক ডাটা (ফিংগাৰপ্ৰিণ্ট, চকুৰ মণি বা মুখৰ ছবি) পৰীক্ষণৰ সময়সীমা সন্দৰ্ভত...