VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলত ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্প

উত্তৰ-পূৰ্বাঞ্চল উচ্চ ভূমিকম্পৰ ক্ষেত্ৰ

voicedesk by voicedesk
January 17, 2022
in বতৰ
আজি ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলত ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্প
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ  নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে জানিবলৈ দিয়া মতে  ১৭ জানুৱাৰী সোমবাৰে ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলৰ কিছু অংশ ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটা ভূমিকম্পই জোকাৰি যায় ৷ জানিব পৰা মতে এই ভূমিকম্পত প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিহোৱাৰ কোনো তাৎক্ষণিক প্ৰতিবেদন এতিয়ালৈকে পোৱা হোৱা নাই ৷ এনচিএছৰ তথ্য অনুসৰি ৩.৫ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প সংঘটিত হৈছিল পুৱা ২.১১ বজাত আৰু এই ভূমিকম্পৰ কেন্দ্ৰ আছিল অসমৰ কাছাৰ জিলা । ভূমিকম্পটোৰ গভীৰতা আছিল ৩৫ কিলোমিটাৰ ৷মণিপুৰৰ কাংপোকপি অঞ্চলৰ কেন্দ্ৰস্থলৰ সৈতে পুৱা ২.৩৯ বজাত ৩.৮ প্ৰাবল্যৰ দ্বিতীয় কম্পন টো ৰেকৰ্ড কৰা হৈছিল। ভূমিকম্পনিৰীক্ষণ কেন্দ্ৰৰ নোডেল সংস্থাৰ মতে ইয়াৰ গভীৰতা আছিল ২০ কিলোমিটাৰ। এনচিএছৰ মতে, ১৩ জানুৱাৰীত কাংপোকপিত ৪ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল।

নতুন বছৰৰ আৰম্ভণিৰ পৰা মণিপুৰৰ বিভিন্ন ঠাইত আৰু তিনিটা জোকাৰণি সংঘটিত হয়৷ ৪ জানুৱাৰীত  তামেংলং আৰু চান্দেল অঞ্চলত দুটা আৰু তৃতীয়টো ১৬ জানুৱাৰীত কামজঙত আছিল। অসমত ৬ জানুৱাৰীত শোনিতপুৰত ৩.২ প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ খবৰ পোৱা গৈছিল। পিটিআই এছএছজি বিডিচি বিডিচিৰ মতে উত্তৰ-পূব অঞ্চলটো উচ্চ ভূমিকম্পৰ ক্ষেত্ৰ।

Previous Post

বলিউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰক পুত্ৰৰ সামাজিক মাধ্যমযোগে জন্মদিনৰ শুভকামনা

Next Post

ৰঙিয়াত তীব্ৰ হাৰত বৃদ্ধি হৈছে কৰুণাত আক্ৰান্তৰ সংখ্যা

Related Posts

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই
বতৰ

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

September 10, 2023
গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী
বতৰ

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

March 25, 2023
শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক
অভিমত

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

February 2, 2023
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে  বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ
বতৰ

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

November 7, 2022
ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ  সতৰ্কবাণী
বতৰ

ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

July 21, 2022
আজি পুৱা মিজোৰামত  ৪.৩ প্ৰাবল্যৰ ভূমিকম্প
বতৰ

আজি পুৱা মিজোৰামত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

July 20, 2022
Next Post
অ’মিক্ৰনক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ কি সকীয়নী ?

ৰঙিয়াত তীব্ৰ হাৰত বৃদ্ধি হৈছে কৰুণাত আক্ৰান্তৰ সংখ্যা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7