দুচকীয়া আৰু তিনিচকীয়া বাহন কোম্পানী বাজাজ অটোয়ে আজি গুৱাহাটীত মুকলি কৰিছে সম্পূৰ্ণ নতুন পালছাৰ এন ১৫০। সর্বোৎকৃষ্ট পালছাৰ এন২৫০...
Read moreপ্ৰতিশ্ৰুতি অনুসৰি চলিত বৰ্ষৰ শেষত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ বাবে কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সংসদৰ নিম্ন সদন...
Read moreউত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম (নেৰামেক)ৰ পৰিচালন সঞ্চালক কমোডৰ ৰাজীৱ অশোকে (অৱসৰপ্ৰাপ্ত) আজি নিগমৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী গুৱাহাটীৰ ৰাজগড় ৰোডত...
Read moreদেশৰ ৰিজাৰ্ভ বেংকে একেৰাহে তিনিবাৰকৈ সুতৰ হাৰ অপৰিৱৰ্তিত ৰাখিছে ৷ বৰ্তমান ৰেপো ৰেট ৬.৫ শতাংশ ধার্য কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ...
Read moreলেপটপ, টেবলেট আৰু ব্যক্তিগত কম্পিউটাৰৰ আমদানিত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে । বৃহস্পতিবাৰে প্ৰকাশ পোৱা চৰকাৰী জাননী অনুসৰি ভাৰতে...
Read moreআজিকালি টকাৰ লেনদেনৰ বাবে বেংকলৈ যোৱা লোকৰ সংখ্যা কম। বৰঞ্চ গুগল পে’ত ইউপিআইৰ জৰিয়তে ধন দিয়া আৰু লাভ কৰাত...
Read moreমাত্ৰ ৭ বছৰৰ অন্তত ২০০০ টকীয়া নোট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ...
Read moreচাউলৰ পৰা আলু, পিঁয়াজৰ পৰা বিলাহী, তৈলবীজৰ পৰা গোমধানলৈকে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ চলিত বর্ষত মূল্যবৃদ্ধি ঘটাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷...
Read moreকেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ হস্তক্ষেপত বিমান ভাড়া ১৪ৰ পৰা ৬১ শতাংশলৈ হ্ৰাস কৰা হৈছে। জ্যোতিৰাদিত্য সিন্দিয়াই কয়...
Read moreৰিজাৰ্ভ বেংকে ৰেপো ৰেট অপৰিৱৰ্তিত কৰি ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে...
Read more“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7