আজি পুৱা মিজোৰামত সংঘটিত হয় ৪.৩ প্ৰাবল্যৰ এক ভূমিকম্প ৷ এনচিএছে জনোৱা অনুসৰি পুৱতি নিশা প্ৰায় ৩.০৮ বজাত অনুভৱ কৰা হৈছিল এই কম্পন৷ ভাৰতৰ উত্তৰ-পূবৰ মিজোৰামক জোকাৰি গ’ল ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ এক ভূমিকম্পই ৷নেচনেল চেণ্টাৰ ফৰ চিচমোলজিয়ে জনোৱা অনুসৰি পুৱতি নিশা প্ৰায় ৩.০৮ বজাত এই কম্পন অনুভৱ কৰা হৈছিল। আনহাতে মিজোৰামৰ চম্ফাইৰ পৰা প্ৰায় ১১৯ কিলোমিটাৰ পূবত প্ৰায় ১৩০ কিলোমিটাৰ গভীৰতাত এই কম্পন ধৰা পৰিছিল।
Earthquake of Magnitude:4.3, Occurred on 20-07-2022, 03:08:15 IST, Lat: 23.57 & Long: 94.49, Depth: 130 Km ,Location: 119km E of Champhai, Mizoram, India for more information download the BhooKamp App https://t.co/zxPs2gcDRI @ndmaindia @Indiametdept pic.twitter.com/7PwkSxjpmc
— National Center for Seismology (@NCS_Earthquake) July 19, 2022