গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক আৰু উৎকৃষ্ট সেৱাৰ আৰক্ষী পদক ৷ এইবাৰ অসমৰ পৰা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক লাভ কৰিছে বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এ ডি জি পি ) হীৰেন চন্দ্ৰ নাথে ৷ আনহাতে, অসমৰ ১৩ গৰাকী আৰক্ষীয়ে লাভ কৰিছে আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ পদক ৷ তেওঁলোক হৈছে –
হৰেন টকবি, কামাণ্ডেণ্ট,আৰ টি এছ ডেৰগাওঁ
ছ’মেজ উদ্দিন, পৰিদর্শক ,(এ পি আৰ অ’) গোৱালপাৰা আৰক্ষী থানা
নুৰুল ইছলাম, এএছআই(ক্লার্ক) ২৪ এপি(আই আৰ)বি এন
অচ্যুত দত্ত, এ এছ আই, এ পি আৰ অ’, মাজুলী
সুনীল মিলি , হাৱিলদাৰ(এ বি) পিটিচি ডেৰগাওঁ
মোজ্জামিল হক, কনিষ্টবল(ইউ বি)কার্বি আংলং
ৰনজুমনি শইকীয়া, মহিলা কনিষ্টবল(ইউ বি ) কার্বি আংলং
বিপুল বৰা, কনিষ্টবল(ইউ বি ) কার্বি আংলং
হীৰেন হাজৰিকা, কনিষ্টবল(এ বি ) তিনিচুকীয়া
বুলন গোহাই, কনিষ্টবল(ইউ বি ) তিনিচুকীয়া
অলোক পাল,কনিষ্টবল(ইউ বি ) তিনিচুকীয়া
জগত তামাং, কনিষ্টবল(এ বি ) তিনিচুকীয়া
জয় দীপ শর্মা, পৰিদর্শক (এ বি) কামাণ্ডো বেটেলিয়ন, উত্তৰ গুৱাহাটী