ক’লা জীৰা
ইংৰাজী নাম : Black Cumin
বৈজ্ঞানিক নামঃ Nigella Satival
ক’লা জীৰা এবিধ সৰু শাক-বনজাতীয় উদ্ভিদ।পাত যৌগিক , ফুল পাতল নীলা।গুটিৰ ৰং ক’লা। ক’লা জীৰাৰ আছে বহুত ঔষধি গুণ-
১) ক’লা জীৰাৰ গুটি তিতা। গুটি ঔষধ হিচাপে ব্যৱহাৰ হয়।
২) ক’লা জীৰাই শৰীৰৰ অতিৰিক্ত চেনী হৃাস কৰিব পাৰে।
৩) ক’লা জীৰা খালে ভোক বাঢ়ে।
৪) ক’লা জীৰা সুগন্ধি দায়ক আৰু বীজাণুনাশক।
৫) ছালৰ ৰোগ , পেটফুলা ডায়েৰিয়া , ডিচেণ্টেৰী আদি ৰোগৰ বাবে ক’লা জীৰা উপকাৰী।
৬) অফথেলমিয়া হেলিটচিচ এনৰেক্টিয়া , জ্বৰ , কাহ , বাধক বেদনা , কফ আদিত ক’লা জীৰা মহৌষধ।
৭) ক’লা জীৰাৰ গুটিয়ে বগাস্ৰাৱ ভাল কৰিব পাৰে।