২০২২- ২৩ বিত্তীয় বর্ষৰ বাবে আজি ঘোষণা কৰা হ’ল বাজেট ৷ এই বাজেটৰ ঘোষণাৰ ফলত নিম্নোক্ত সামগ্ৰী সমূহৰ দাম হ্ৰাস অথবা বৃদ্ধি হ’ব ৷
দাম কমিবঃ
– কাপোৰ
– ৰত্ন ,ষ্ট’ন আৰু হীৰা
-গহনা
– ম’বাইল ফোন
– ম’বাইল ফোন চাৰ্জাৰ
– পেট্ৰ’লিয়াম সামগ্ৰীৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থৰ ওপৰত সীমা শুল্ক
– মিথানলসহ ৰাসায়নিক পদাৰ্থৰ ওপৰত শুল্ক
– ষ্টীল স্ক্ৰেপৰ ওপৰত ৰেহাইমূলক শুল্ক ১ বছৰৰ বাবে বৃদ্ধি কৰা হৈছে
দাম বাঢ়িবঃ
– সকলো আমদানি কৰা সামগ্ৰী
– ছাতি