আজি অৰ্থাৎ ৫ মাৰ্চত ভাৰতত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য হ’লগৈ ৫১,৭৮০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য হ’ল ৪৭,৪৩০ টকা। হঠাৎ আজি ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত মূল্য বৃদ্ধি পাইছে ১৪০টকাকৈ ৷ আনহাতে কালিলৈকে ভাৰতত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য আছিল ৫১,৬৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য আছিল ৪৭,৩০০ টকা।
যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’চহৰত সোণৰ মূল্যৰো সামান্য তাৰতম্য দেখা গৈছে।
- দেশৰ অন্যতম চহৰ চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫৩,৪০০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৪৮,৯৫০ টকা।
- আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) ৰ মূল্য হৈছে ৪৭,৭০০ টকা।
- কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য হৈছে ৪৭,৭০০ টকা।
- আনহাতে মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৭০০ টকা।
- ভুৱনেশ্বৰৰ দৰে দেশৰ আন এখন আগশাৰীৰ চহৰত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৭০০ টকা। যোৱা ২৪ ঘণ্টাত ২৪ কেৰেট (১০ গ্ৰাম) আৰু ২২ কেৰেট সোণ (১০ গ্ৰাম) ৰ মূল্য ৪৪০ টকাকৈ বৃদ্ধি হোৱা দেখা গৈছে।
হঠাৎ হোৱা এই মূল্যবৃদ্ধিয়ে অৱশ্যেই গ্ৰাহকৰ মূৰত পুনৰ শোধাইছে মাধমাৰ ৷