VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি ভাৰতত প্ৰতি ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ মূল্য ১৪০ টকাকৈ বৃদ্ধি

voicedesk by voicedesk
March 5, 2022
in অৰ্থনীতি
আজি ভাৰতত  প্ৰতি  ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ মূল্য  ১৪০ টকাকৈ বৃদ্ধি
0
SHARES
71
VIEWS
Share on FacebookShare on Twitter

আজি অৰ্থাৎ ৫ মাৰ্চত  ভাৰতত ২৪ কেৰেট  (১০ গ্ৰাম) সোণৰ মূল্য হ’লগৈ  ৫১,৭৮০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য হ’ল ৪৭,৪৩০ টকা। হঠাৎ আজি ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ   প্ৰতি ১০ গ্ৰামত মূল্য বৃদ্ধি পাইছে ১৪০টকাকৈ ৷ আনহাতে কালিলৈকে  ভাৰতত ২৪ কেৰেট  (১০ গ্ৰাম) সোণৰ মূল্য আছিল ৫১,৬৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য আছিল ৪৭,৩০০ টকা।

যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’চহৰত সোণৰ মূল্যৰো  সামান্য তাৰতম্য দেখা গৈছে।

  • দেশৰ অন্যতম চহৰ চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫৩,৪০০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৪৮,৯৫০ টকা।
  • আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) ৰ মূল্য হৈছে ৪৭,৭০০ টকা।
  • কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য  হৈছে ৪৭,৭০০ টকা।
  • আনহাতে মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৭০০ টকা।
  • ভুৱনেশ্বৰৰ দৰে দেশৰ আন এখন আগশাৰীৰ চহৰত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,০৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৭০০ টকা। যোৱা ২৪ ঘণ্টাত ২৪ কেৰেট (১০ গ্ৰাম) আৰু ২২ কেৰেট সোণ (১০ গ্ৰাম) ৰ মূল্য ৪৪০ টকাকৈ  বৃদ্ধি হোৱা দেখা গৈছে।

হঠাৎ হোৱা এই মূল্যবৃদ্ধিয়ে অৱশ্যেই গ্ৰাহকৰ মূৰত পুনৰ  শোধাইছে মাধমাৰ ৷

Previous Post

টাটু অংকন কৰিবলৈ যোৱা সুন্দৰী যুৱতীক ধর্ষণ, চাৰিটা গোচৰ ৰুজু হোৱা কোন এই চিলিব্ৰটি টাটু আর্টিষ্ট

Next Post

ভাৰততে ইন্টাৰ্ণশ্বিপৰ সুবিধা পাব ইউক্ৰেইনৰ পৰা অহা মেডিকেল শিক্ষার্থীয়ে

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
ভাৰততে ইন্টাৰ্ণশ্বিপৰ সুবিধা পাব  ইউক্ৰেইনৰ পৰা অহা মেডিকেল শিক্ষার্থীয়ে

ভাৰততে ইন্টাৰ্ণশ্বিপৰ সুবিধা পাব ইউক্ৰেইনৰ পৰা অহা মেডিকেল শিক্ষার্থীয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7