উত্তৰ লক্ষীমপুৰ জিলাৰ সমীপৰ হাতিলুং বাইপাছ সংযোগী পথৰ দুৰৱস্থাই স্থানীয় ৰাইজক জলা কলা খুৱাইছে। প্ৰচণ্ড বৰষুণৰ বাবে এই দুৰৱস্থাই দেখা দিছে বুলি মন্তব্য কৰিছে একাংশই। বিভিন্ন সময়ত বাধাৰ সন্মুখীন হয় এই অঞ্চলৰ বাসিন্দা সকল। স্থানীয় বিধায়ক মানৱ ডেকাক অতি সোনকালে এই পথ মেৰামতি ৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ৷