ডিমা হাচাওৰ বানৰ তাণ্ডৱ আৰু ভূমি স্খলনৰ বাবে সমগ্ৰ অসমত ব্যাহত হৈছে ৰে’লযাত্ৰা ৷ বান পৰিস্থিতিৰ বাবে আংশিক ভাৱে ৰে’ল বিভাগে বাতিল কৰিছে ১১খন ৰে’লৰ যাত্ৰা ৷আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা ৷
আংশিক ভাৱে বাতিল কৰা ৰে’ল সমূহ হ’ল: –
- ১/১৩১৭৩ নং লামডিং-আগৰতলা অভিমূখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
- ২/১৩১৭৪ নং আগৰতলা–লামডিং অভিমূখী শিয়ালদহ-কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
- ৩/১৩১৭৫ নং লামডিং-শিলচৰ অভিমূখী শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ৷
- ৪/১৩১৭৬ নং শিলচৰ-লামডিং অভিমূখী শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
- ৫/১২৫১৫ নং লামডিং-শিলচৰ অভিমূখী কইম্বাট’ৰ-শিলচৰ এক্সপ্ৰেছ ৷
- ৬/১২৫০৮নং শিলচৰ-গুৱাহাটী অভিমূখী শিলচৰ-থিৰুৱন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ ৷
- ৭/১৪৬২০ নং গুৱাহাটী-আগৰতলা অভিমুখী ফিৰ’জপুৰ কেণ্ট-অগৰতলা এক্সপ্ৰেছ ৷
- ৮. 14619 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–ফিৰ’জপুৰ কেন্ট এক্সপ্ৰেছ।
- ৯. 14037 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।
- ১০. 02383 নং গুৱাহাটী–আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।
- ১১.02984 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।
সম্পূৰ্ণৰূপে বাতিল হোৱা ৰে’লসমূহ হৈছে:-
- ১. ১৫৬১১ নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ। ১৯, ২১মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
- ২. ১৫৬১২ নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৮,২০ আৰু ২২ মে’ত বাতিল যাত্ৰা।
- ৩. ১৫৬১৫ নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত ৷
- ৪. ১৫৬১৬ নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল যাত্ৰা।
- ৫. ২০৫০১ নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ বাতিল ১৬ মে’ত।
- ৬. ২০৫০২ নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ ১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল ৰে’লখনৰ যাত্ৰা।
- ৭. ১২৫১৬ নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছৰ ১৭ মে’ত বাতিল যাত্ৰা।
- ৮. ১২৫১৫ নং কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল ২২ মে’ত ।
- ৯. ১৫৬৪১ নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল ২১ মে’ত ।
- ১০. ১৫৬৪২ নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ ২২ মে’ত বাতিল যাত্ৰা।
- ১১. ১২৫০৩ নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ যাত্ৰা বাতিল ১৭ আৰু ২৪ মে’ত ।
- ১২. ১২৫০৪ নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ বাতিল ২১ মে’ত ।
- ১৩. ১৫৬২৬ নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ ৰে’লখনৰ ২১ মে’ত বাতিল যাত্ৰা।
- ১৪. ১৫৬২৫ নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছৰ যাত্ৰা বাতিল ২৩ মে’ত ।
- ১৫. ১৫৮৮৮ নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ বাতিল ১৮ আৰু ২১ মে’ত ।
- ১৬. ১৫৮৮৭ নং বদৰপুৰ–গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ বাতিল ১৮ আৰু ২১ মে’ত বাতিল ।
- ১৭. ০৭০৩০ নং চেকেন্দ্ৰাৰাবাদ–আগৰতলা এক্সপ্ৰেছ বাতিল কৰা হ’ল ১৬ মে’ত ৷
- ১৮. ০৭০২৯ নং আগৰতলা–চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছৰ ২০ মে’ত বাতিল কৰা হয় যাত্ৰা।
সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰ যোগেও ৰে’লৱে বিভাগে এই কথা জানিবলৈ দিছে ৷ বৰ্তমান ৰাজ্যখনৰ ভয়াবহ বানপৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে পুনৰ স্বাভাৱিক হ’ব অসমৰ ৰে’লযাত্ৰা ৷