সমগ্ৰ ভাৰতবাসীৰ বাবে এক সুখবৰ ৷ উৰিষ্যাৰ জীয়ৰী শ্ৰেয়া লংকা হৈছে কে-পপ তাৰকা ৰূপে স্বীকৃত হোৱা প্ৰথম গৰাকী ভাৰতীয়। তেওঁক বিশাল জনপ্ৰিয় কোৰিয়ান বেণ্ড ব্লেকছৱানৰ নতুন সদস্য হিচাপে বাছনি কৰা হৈছিল ৷ তেওঁক এগৰাকী ব্ৰাজিলিয়ান ছোৱালী গেব্ৰিয়েলা ডালচিনৰ সৈতে বিশাল জনপ্ৰিয় কোৰিয়ান বেণ্ড ‘ব্লেকছৱান’ৰ নতুন সদস্য হিচাপে বাছনি কৰা হৈছিল।
২০২০ চনৰ নৱেম্বৰত গোটটোৰ আটাইতকৈ পুৰণি সদস্য হাইমে বেণ্ডটো ত্যাগ কৰাৰ পিছত লেংকাক বেণ্ডটোৰ সদস্য হোৱাৰ বাবে চিউলত অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।