অসম হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৭ জুনত ঘোষণা কৰা হ’ব ৷ এইবাৰ মুঠ ৯০৩ টা কেন্দ্ৰ জৰিয়তে ৪,৩১,১৩২ গৰাকী প্ৰার্থী মেট্ৰিক পৰীক্ষাত অৱতীর্ণ হৈছে ৷ ইয়াৰে ৪,১৯,৮৮৭ গৰাকী হাইস্কুল আৰু ১১,২৪৫ গৰাকী হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ শিক্ষার্থী ৷
বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে ৱেবচাইটৰ জৰিয়তে নিজৰ ডিজিটেল মার্কশ্বীট ডাউনলোড কৰিব লাগিব ৷৭ জুনৰ পুৱা ১০ বজাৰ পৰা মোবাইল এপৰ জৰিয়তে নিজৰ মার্কশ্বীট চাব পাৰিব ৷ নিজৰ ৰোল আৰু নম্বৰৰ জৰিয়তে তেওঁলোকে ফলাফল এপৰ পৰা লাভ কৰিব পাৰিব ৷
আনহাতে ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইটসমূহ হৈছে –
- www.schools9.com
- results.sebaonline.org
- resultsassam.nic.in
- www.indiaresults.com
- https://iresults.net
- assamjobalerts.com
- assamresult.in
- www.results.shiksha
- necareer.com
- www.assam.shiksha
- www.assamonline.in
- www.jagranjosh.com
- www.vidyavision.com
- exametc.com
মোবাইল এপ: ছেবা ৰিজাল্ট, ২০২২
নাৰায়ণী এডুছলছে প্ৰস্তুত কৰা এপটো গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব ।