আজি পুৱা এটা মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া মেঘালয়ক ৷ ৪.০ প্ৰাবল্যৰ কম্পন ৰেকৰ্ড ৰখা ৰাষ্ট্ৰীয় সংস্থাটোৱে এই কথা জনাইছিল যে পুৱা প্ৰায় ৬.৩২ বজাত এই কম্পন অনুভৱ কৰা হৈছিল।আজি ৰাতিপুৱা এটা সামান্য ভূমিকম্পই জোকাৰি গৈছিল উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ক।ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ (এনচিএছ) মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মেঘালয়ৰ তুৰা।ভূমিকম্পৰ ৰেকৰ্ড ৰখা ৰাষ্ট্ৰীয় সংস্থাটোৱে জনাইছিল যে পুৱা প্ৰায় ৬.৩২ বজাত কম্পন অনুভৱ কৰা হৈছিল আৰু ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.০ ৰিখটাৰ স্কেল।