VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

প্ৰৱঞ্চকে ব্যৱহাৰকাৰীৰ একাউণ্ট আৰু ব্যক্তিগত তথ্য প্ৰাপ্ত কৰাত বাধা প্ৰদান কৰিব এই সুবিধাই

voicedesk by voicedesk
August 6, 2022
in অৰ্থনীতি
একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰী সকলৰ সুৰক্ষাৰ সুবিধাসমূহ পুনৰ বৃদ্ধি কৰিছে। এইবাৰ ব্যক্তিগত মেচেজিং এপটোৱে এটা নতুন সুৰক্ষা সুবিধাৰ ওপৰত কাম কৰি আছে যিয়ে ব্যৱহাৰকাৰীসকলক সাম্ভাৱ্য স্কেমাৰৰ পৰা  সুৰক্ষিত কৰিব। লগ ইন অনুমোদন বুলি কোৱা এই সুবিধাটোৱে কোম্পানীৰ দুটা পদক্ষেপৰ প্ৰমাণীকৰণ প্ৰণালী তৈয়াৰ কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে মাল্টি-ডিভাইচ ব্যৱহাৰকাৰীসকলৰ বাবে ডিজাইন কৰা হৈছে এই সুবিধা ৷

এই নতুন সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক অধিসূচনা লাভ কৰিবলৈ অনুমতি দিব যেতিয়া এজন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ হোৱাটছএপ একাউণ্টত বেলেগ ডিভাইচৰ পৰা লগ ইন কৰিব।

কোম্পানীটোৱে বৰ্তমান ইয়াৰ শেহতীয়া ছফ্টৱেৰৰ এটা  সংস্কৰণ পৰীক্ষা কৰি আছে।

নতুন সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক  আন এজন ব্যক্তিয়ে বেলেগ ডিভাইচৰ পৰা তেওঁলোকৰ একাউণ্টত লগ ইন কৰিবলৈ চেষ্টা কৰিলে অৱগত কৰিব । এজন ব্যৱহাৰকাৰীয়ে ইতিমধ্যে লগ ইন কৰা প্ৰাথমিক ডিভাইচৰ পৰা অনুমোদন দিয়াৰ পিছতহে  আন ডিভাইচত একাউণ্ট  লগ ইন কৰিবলৈ ব্যৱহাৰকাৰী জন সক্ষম হ’ব বুলি জনা গৈছে।

এই সুবিধাটোৱে সাম্ভাব্য প্ৰৱঞ্চকসকলক এজন ব্যৱহাৰকাৰীৰ একাউণ্ট আৰু ব্যক্তিগত তথ্য প্ৰাপ্ত কৰাত বাধা প্ৰদান কৰিব।  ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ তথ্য আৰু একাউণ্ট চুৰি হোৱাৰ পৰা সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে এই সুবিধা।

হোৱাটছএপৰ ইতিমধ্যে এটা দুটা পদক্ষেপৰ প্ৰমাণীকৰণ প্ৰণালী আছে যাক ব্যৱহাৰকাৰীৰ একাউণ্টত প্ৰৱেশাধিকাৰ প্ৰতিহত কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে। যেতিয়াই এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ একাউণ্টত বেলেগ ডিভাইচৰ পৰা লগ ইন কৰিবলৈ বিচাৰিব এই নতুন সুবিধাটোৱে তেওঁক অতিৰিক্তভাৱে অৱগত কৰিব  ।

Previous Post

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7