VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

voicedesk by voicedesk
August 9, 2022
in জীৱন
পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগ হ’ল কোষৰ বেমাৰ। ইয়াৰ উৎপত্তি বিশেষকৈ কলাতন্ত্ৰত হয়। এই ৰোগৰ কাৰণ সঠিকভাৱে নিৰ্ণয় হোৱা নাই যদিও বহু কাৰণত এই ৰোগ হ’ব পাৰে। কৰ্কট ৰোগ কেৱল প্ৰতিৰোধেই নহয় আৰোগ্যও কৰিব পৰা যায় যদিহে ৰোগৰ আৰম্ভনিতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰা হয়।
যিকোনো ৰোগ শৰীৰত হ’লে চিকিৎসা কৰিবই লাগিব কিন্তু ৰোগ নহ’বৰ কাৰণে কেনে ব্যৱস্থা ল’ব লাগে সেৱা আমি জনা দৰকাৰ।
আমি সহজতে পোৱা কিছুমান খাদ্য-দ্ৰব্যৰ সহযোগত ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ-
১) আমাৰ পাকঘৰতে পোৱা ঔষধি গুণ সম্পন্ন এবিধ মচলা হ’ল নহৰু। নহৰুৰ উৎকট গোন্ধ আছে যদিও নহৰু অমৃতৰ সমান। শৰীৰত কৰ্কট ৰোগ গঠন হ’লেও নহৰুত থকা এবিধ ৰাসায়নিক পদাৰ্থই সেইবিলাক বিভাজন হোৱাত বাধা দিয়ে আৰু অলাগতিয়াল কোষবোৰ ধ্বংস কৰি পেলায়। কৰ্কট ৰোগ হ’ব পৰা যিবিলাক মুল উৎস সেইবিলাক ধ্বংস কৰিব পৰা নহৰুৰ গুণ আছে। পাঁচ ফোটাকৈ কেঁচা নহৰু সদায় ভাতৰ লগত খালে কৰ্কট ৰোগ হ’ব নোৱাৰে।
২) আমাৰ পাকঘৰত থকা আন এবিধ উত্তম মচলা হ’ল- হালধি। হালধিত কাৰকামিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থাকে। এই দ্ৰব্যবিধে ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে কৰ্কট ৰোগৰ কোষবোৰক ধ্বংস কৰে। প্ৰতিদিনে ৰাতিপুৱা কেঁচা হালধিৰ ৰস দুচামুচকৈ খালে কৰ্কট ৰোগ হ’ব নোৱাৰে। কৰ্কট ৰোগ হ’লেও কেঁচা হালধিৰ ৰস খালে কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰি ৰোগীক আৰোগ্য পথলৈ আনে।
৩) কৰ্কট ৰোগৰ এবিধ উত্তম ফল হ’ল – আমলখি। ‘চি’ ভিটামানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰেঁ।আমলখিত সকলোতকৈ বেছি ‘চি’ ভিটামিন থাকে। সদায় ২/৩ টাকৈ আমলখি খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৪) ঘেঁহুৰ কুমলীয়া পাতৰ ৰসেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ৫ চামুচকৈ ঘেঁহুৰ কুমলীয়া পাতৰ ৰস , একে পৰিমাণৰ ক’লা তুলসীৰ পাত আৰু ঠাৰিৰ ৰস মিহলাই দুই চামুচ মৌ মিহলি কৰি সপ্তাহত তিনদিনকৈ খালে সকলো ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৫) নয়নতৰা পাতৰ ৰসেও যিকোনো টিউমাৰৰ কোষবিলাক ধ্বংস কৰিব পাৰে। নয়নতৰাৰ পাত আৰু শিপাই কৰ্কট ৰোগৰ কোষবিলাক বিভাজন হোৱাত বাধা দিয়ে।প্ৰতিদিনে এখনকৈ নয়নতৰাৰ পাত খাব লাগে।
৬) গাজৰৰ ৰসেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।প্ৰতিদিনে ৫ চামুচকৈ গাজৰৰ ৰস খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৭) বাঁহৰ গাজৰ পৰা প্ৰস্তুত কৰা খৰিচাত যথেষ্ট পৰিমাণে ‘চি’ ভিটামিন থাকে। খৰিচাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
৮) শিলিখা , নেমুটেঙা , বিলাহী , মহানিমৰ পাত তদুপৰি সেউজীয়া শাক-পাচলি , ফল-মূল আদি কৰ্কট ৰোগৰ বাবে উপকাৰী ।
গতিকে আমি পাকঘৰতে থকা মচলা বা সহজতে বাৰীতে বিচাৰি পোৱা ফল-মূল বা শাক -পাচলিৰে কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7