নেচনেল টেষ্টিং এজেন্সীয়ে নীট ইউ জি পৰীক্ষঅৰ ফলাফল ঘোষণা কৰিছে neet.nta.nic.in ৱেবছাইটৰ জৰিয়তে এই পৰীক্ষাৰ ফলাফলঘোষণা কৰা হৈছে ৷ অফিচিয়েল ৱেবছাইটত নীট-২০২২ ৰ চূড়ান্ত এনছাৰ কীসমূহো প্ৰকাশ কৰিব।
উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক প্ৰার্থীয়ে যোগ্যতা অর্জন কৰিছে ৷ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ সর্বাধিক প্ৰার্থীয়ে যোগ্যতা অর্জন কৰিছে ৷ নীট ইউ জি-২০২২ৰ বাবে স্ক’ৰ কাৰ্ডসমূহ অফিচিয়েল ৱেবছাইটত neet.nta.nic.in, ntaresults.nic.in., nta.ac.in। উপলব্ধ ৷
neet.nta.nic.in ত ফলাফল কেনেকৈ পৰীক্ষা কৰিব-
অফিচিয়েল ৱেবছাইট, ntaresults.nic.in যাওক
“NEET Result 2022” লিংকটোত ক্লিক কৰক
আপোনাৰ প্ৰৱেশ প্ৰমাণপত্ৰ আৰু অন্য বিৱৰণ আপলোড কৰক
ছাবমিট বিকল্পত ক্লিক কৰক
আপোনাৰ নীট ইউ জি২০২২ফলাফল প্ৰদৰ্শিত হব
ডাউনলোড কৰক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰক।