আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি । ১৪৪৯ খ্ৰীষ্টাব্দৰ আজিৰ তিথিটোতে নগাঁৱৰ বৰদোৱাত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী ধৰ্মপ্ৰচাৰক হোৱাৰ উপৰি এগৰাকী সমাজ সংগঠক তথা অসমীয়া সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰী আছিল । সেইবাবেই তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে তেওঁক ‘সৰ্বগুণাকৰ’ আখ্যা দিছিল । এইগৰাকী অৱতাৰী পুৰুষলৈ আজিৰ এই পবিত্ৰ তিথিত আমাৰ প্ৰণাম ।