১) যিবোৰ জাতক- জাতিকাৰ মূৰত তিল থাকে , তেওঁ মেধাৱী আৰু উদাৰ প্ৰকৃতিৰ হয়।
২) চকুৰ মাজত তিল থাকিলে দুৰদৰ্শী আৰু বিদ্বান হয়।
৩) নাকৰ সোঁফালে তিল থাকিলে জাতক সৌভাগ্যৱান হয়।
৪) নাকৰ মাজ ভাগত তিল থাকিলে শান্ত আৰু ধীৰ স্বভাৱৰ হয়।
৫) ওপৰৰ ওঠত তিল থাকিলে জাতক কৰ্তব্য পৰায়ণ হয়।
৬) তলৰ ওঁঠত তিল থাকিলে ভোগী আৰু বিলাসী হয়।
৭) যাৰ থুতুৰিত তিল থাকে , তেওঁ দৃঢ় আৰু স্থিৰ মতি সম্পন্ন হয়।
৮) গালত তিল থাকিলে দৰিদ্ৰ হয়।
৯) নাকৰ বাঁও ফালে তিল থাকিলে হতভাগ্য হয়।
১০) ওঁঠৰ তলত তিল থাকিলে প্ৰেমিক হয়।