আজি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰী যুত টংকেশ্বৰ ৰাভা দেৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৱালপাৰা জিলাৰ ৰাভা হাছং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত হাব্ৰাঘাট সমষ্টিৰ টুকুৰা গাৱঁৰ বামুণ পাৰালৈ যোৱা নৱনিৰ্মিত পকী পথটোৰ শুভ উদ্ধোধন কৰে। বহুদিনীয়া যাতায়তৰ অসুবিধাৰ অন্ত পেলাই ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিজা পুঁজিৰে ৰাষ্টা পকী কৰাত জন সাধাৰণ উপকৃত আৰু আনন্দিত হোৱাৰ লগতে মাননীয় শ্ৰী যুত টংকেশ্বৰ ৰাভা দেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছে।