VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ কেইখন মান বিখ্যাত ঠাই

যান্ত্ৰিকতাৰ পৰা আঁতৰি শান্তিৰে টোপনি যাব পাৰে য’ত আপুনি

voicedesk by voicedesk
December 5, 2022
in সমাজ
ভাৰতৰ কেইখন মান বিখ্যাত ঠাই
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষত এনে বহু ঠাই আছে যিবোৰ ঠাইলৈ গৈ মানুহে শান্তি লাভ কৰে ৷সেয়েহে ভাৰতলৈ বহু বেদেশী পৰ্য্যটকৰো আগমন ঘটে ৷  য’ত নৈশ উদযাপন কৰি সকলোৱে ভাল পায় বহু লোকে  ৷

কেৰালাৰ আলেপে ভাৰতৰ এনে এখন ঠাই যি ঠাই  ভ্ৰমণ কৰা বা  ইয়াৰ প্ৰাকৃতিক  সৌন্দৰ্য্য উপভোগ কৰাটো বহুতৰ বাবে  যেন এটা সপোনহে । আলাপ্পুজা (বা আলেপ্পেই) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ লেকাডিভ সাগৰৰ ওচৰৰ এখন চহৰ। ই  কেৰেলাৰ গ্ৰামাঞ্চলৰ জলৰাশিত  হাউচবোট ক্ৰুজৰ বাবে বেছিকৈ পৰিচিত। আলাপুজা বিচত নিৰ্মাণ কৰা হৈছে আলাপ্পুজা লাইটহাউচ । আনহাতে  ইয়াত বছৰি অনুষ্ঠিত হোৱা   নাওঁখেল অঞ্চলটোৰ  এক জনপ্ৰিয়  অনুষ্ঠান ৷ এই ঠাইত গঢ় লৈ উঠা  এক অনন্য পৃথিৱীয়ে যেন পৰ্য্যটক সকলক সপোন পুৰীলৈহে লৈ যায়  । যদিও ৰাজ্যখনৰ বহু ঠাইত হাউচবোট বা বেকৱাটাৰৰ সুবিধা উপলব্ধ  তথাপিও এই ক্ষেত্ৰত এলেপেই হৈছে সৰ্বোত্তম ।

শীত উপভোগৰ বাবে  ভাৰতৰ অন্যতম ঠাণ্ডা অঞ্চল লেহ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে শান্ত পৰিৱেশৰ বাবেও  বিশ্ব বিখ্যাত। লেহৰ নিৰ্মল বতাহ আৰু পৰিষ্কাৰ পানী ইয়াৰ আকৰ্ষণৰ এক অন্যতম কাৰণ  ৷  ইয়ালৈ আহি  যেন বহু দিনৰ ভাগৰ আঁতৰাই সুখ নিদ্ৰা লাভ কৰিব পাৰে   পৰ্য্যটক সকলে।

পাংগোগাটছ,, লাডাখঃ লাডাখ ভাৰতৰ এনে এক অংশ, যাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবৰ বাবে কেৱল ভাৰতৰেই নহয়, বিদেশৰ পৰাও  আহে বহু পৰ্য্যটক৷ভাৰতৰ উত্তৰ অংশৰ লেহৰ ওচৰত অৱস্থিত এই পাংগং হ্ৰদটো  ছ্যু হ্ৰদ নামেৰেও জনাজাত । ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিখ্যাত আৰু মনোমোহা হ্ৰদটো ভাৰতৰ পৰা চীনলৈকে বিস্তৃত ৷ চীনৰ ফালে আছে পাংগং হ্ৰদৰ দুই তৃতীয়াংশ। যিহেতু এই হ্ৰদটো ভাৰত-চীন সীমান্তৰ ওচৰতে অৱস্থিত, গতিকে এই ঠাইখন চাবলৈ  প্ৰয়োজন হয়  ইনাৰ লাইন পাৰ্মিট ।এই  হ্ৰদৰ মন্ত্ৰমুগ্ধকৰ সৌন্দৰ্য্যই  মানুহক ভাবিবলৈ বাধ্য কৰে  যে ভাৰতত এনেকুৱা ঠাই আছে নে! পাংগং হ্ৰদৰ  শান্ত প্ৰাকৃতিক সৌন্দৰ্য্য পৰ্য্যটক সকলৰ বাবে যেন এখন স্বৰ্গহে ।

ভাৰতৰ হিমাচল প্ৰদেশৰ এখন মনোমোহা গাওঁ এই তোছ গাঁও।হিমাচলৰ পৰ্বতীয়া উপত্যকাত অৱস্থিত তোছৰ ঠাণ্ডা বতৰ আৰু শীতল বতাহজাকৰ বাবেই পৰ্য্যটক সকলে  ইয়াত এক সুকীয়া আমেজ লাভ কৰে ।  পাৰ্বতী নদীৰ সোঁ পাৰৰ পাহাৰৰ এঢলীয়াত প্ৰায় ২৪০০ মিটাৰ উচ্চতাত পাহাৰেৰে আগুৰি থকা এই পাৰ্বতী উপত্যকাৰ জনসাধাৰণৰ প্ৰধান বৃত্তি হৈছে পৰ্যটন।

 

Previous Post

আপুনি বহু সময় মোবাইল ফোন ব্যৱহাৰ কৰে নেকি ! তেন্তে চকুৰ ওপৰত ইয়াৰ কি কি প্ৰভাৱ পৰে জানেনে ? জানক চকযুৰি সুস্থ কৰি ৰখাৰ উপায়

Next Post

পোলেণ্ডৰ বিৰুদ্ধে গ’ল কৰি বিশ্বকাপত নতুন অভিলেখ ৰচিলে ফৰাচী ফুটবলাৰ অলিভিয়াৰ জিৰ’ডে, কাৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিলে ফুটবলাৰজনে ?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পোলেণ্ডৰ বিৰুদ্ধে গ’ল কৰি বিশ্বকাপত নতুন অভিলেখ ৰচিলে ফৰাচী ফুটবলাৰ  অলিভিয়াৰ জিৰ’ডে, কাৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিলে ফুটবলাৰজনে ?

পোলেণ্ডৰ বিৰুদ্ধে গ’ল কৰি বিশ্বকাপত নতুন অভিলেখ ৰচিলে ফৰাচী ফুটবলাৰ অলিভিয়াৰ জিৰ'ডে, কাৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিলে ফুটবলাৰজনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7