VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্নাতকোত্তৰৰ শিক্ষাগ্ৰহণ কৰি থকা এগৰাকী শিক্ষিতা যুৱতীয়ে বাচি লৈছে স্বাৱলম্বীতাৰ পথ

বিভিন্ন ওষধি দ্ৰব্যৰে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ চাবোন

voicedesk by voicedesk
December 30, 2022
in অৰ্থনীতি
স্নাতকোত্তৰৰ শিক্ষাগ্ৰহণ কৰি থকা এগৰাকী শিক্ষিতা যুৱতীয়ে বাচি লৈছে স্বাৱলম্বীতাৰ পথ
0
SHARES
214
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত এনেয়ে ঘৰতে বহি নাথাকি নিজকে স্বাৱলম্বী কৰি তোলাৰ মানসেৰে বহু নাৰীয়ে কিবা এটা নহয় কিবা এটা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কোনোৱে যদি ঘৰতে কাপোৰ বৈছে,কোনোৱে কেক তৈয়াৰ কৰিছে ,কোনোৱে আকৌ পশুপালন কৰি আাৰ্থিক ভাৱে কিছু সবল হৈছে ৷ আনহাতে কোনোৱে আকৌ আন কিবা উপায়েৰে স্বাৱলম্বীতাৰ পথ বাচি লৈছে ৷

তেনে এগৰাকী যুৱতী হ’ল পৰিস্মিতা দত্ত  যি নিজেই কিবা এটা  কৰাৰ মানসেৰে,অযুত আশা আৰু সপোন বুকুত বান্ধি জৈৱিক পদ্ধতিৰে চাবোন(গা-ধোৱা) তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লৈ  বৰ্তমান  ঘৰতে চাবোন উৎপাদন কৰাত ব্যস্ত  । স্নাতকোত্তৰৰ শিক্ষাগ্ৰহণ কৰি থকা অঞ্চলটোৰ এগৰাকী শিক্ষিতা যুৱতী পৰিস্মিতাই  কেইদিনমানৰ আগতে  চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলৰ এগৰাকী স্বনামধন্য যুৱ-ব্যৱসায়ী উত্তম চাংমাইৰ  ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ ব্যৱসায়ী গৰাকীক  তেওঁ  কৰি থকা কাম সমূহৰ বিষয়ে বিষদভাবে জনাই আৰু তেওঁ  তৈয়াৰ কৰা  মহা নিম , মাহ-হালধি , ছালকুঁৱৰী , আলুৰ ৰস , নেমুৰ ৰস, কমলা, পকা অমিতা ইত্যাদিৰ দ্বাৰা প্ৰস্তুত কৰা চাবোন সমূহৰ এটা টোপোলা উপহাৰ দিয়ে । ৷ এই বিষয়ে সামাজিক মাধ্যম ফেচবুকৰ এটি প’ষ্টৰ যোগেদি  আমাক সবিশেষ জানিবলৈ দিয়ে সোণাৰিৰ যুৱ ব্যৱসায়ী গৰাকীয়ে ৷

তেওঁ কয় যে পৰিস্মিতাই  সহজ সৰল ভষাৰে তেওঁক  কওঁ নকওঁকৈ কয়  যে যদি তেওঁ  ব্যৱহাৰ কৰি যদি ভাল পাই  তেতিয়া যেন ফেচবুকত এই বিষয়ে এটা প’ষ্ট দিয়ে  আৰু লগৰ বিলাককো এই বিষয়ে অৱগত কৰি তেওঁক আগুৱাই যোৱাত সহায় কৰে । প্ৰকৃতাৰ্থত পৰিস্মিতাৰ ব্যৱহাৰে আপ্লুত কৰে উত্তম চাংমাই নামৰ ব্যৱসায়ী গৰাকীক  ৷

প’ষ্টটোৰ যোগেদি তেওঁ লগতে কয় যে মূল কথাতো হ’ল, ব্যৱসায়ৰ মানসিকতাৰে ,যুৱতীগৰাকীয়ে  নিজেই কিবা এটা কাম কৰি স্বাৱলম্বীতাৰ সপোন দেখি আগুৱাব খোজাৰ বাবে তেওঁ অত্যন্ত সুখী হৈছে আৰু সেয়ে তেওঁৰ  ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেওঁৰ ফালৰ পৰা যেনেকৈ সহায় সহযোগ কৰিব লাগে  আন্তৰিকতাৰে কৰিব বুলিও তেওঁ সামাজিক মাধ্যম যোগে প্ৰতিশ্ৰুতি দিছে  । পৰিস্মিতা যাতে সফলতাৰে তেওঁৰ লক্ষ্যত উপনিত  হয় তাৰ বাবেও  প’ষ্টটোৰ যোগেদি  শুভকামনা জ্ঞাপন কৰে উত্তম চাংমায়ে  ।

Previous Post

‘বুদ্ধিৰে কাম কৰক আৰু  জীৱন সুন্দৰ হওঁক’ 

Next Post

ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন

ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7