VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী সভা

voicedesk by voicedesk
March 19, 2023
in মুখ্য সংবাদ
মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী সভা
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ত অসমত ৰাজ্য চৰকাৰে আৰু প্ৰশাসনে ভুৱা সংঘৰ্ষ তথা মুক্ত হত্যাৰ পাতনি মেলি এক অশান্ত পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত মুক্ত হত্যাৰ বলি হ’বলগীয়া হৈছে নিৰীহ জনতা৷ আনহাতে ‘‘বাল্য বিবাহ’’ কোনো কাৰণতে মানি ল’ব পৰা বিষয় নহয়, যদিও ‘বাল্য বিবাহ’ৰ নামত চৰকাৰে আৰক্ষী প্ৰশাসনৰ জৰিয়তে জনগণক চৰম হাৰাশাস্তি কৰি জীয়াই থকাৰ নিম্নতম অধিকাৰকনো নোহোৱা কৰা যেন অনুমান হয় ৷এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সদায় নিৰপেক্ষ আৰু বলিষ্ঠ ভূমিকা পালন কৰি আছে তথা জনতাৰ স্বাৰ্থত প্ৰতিৰোধ কল্পে সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে– এই মন্তব্য আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াৰ৷ তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা এটি নিয়াৰিকৈ পাতিব নোৱাৰা চৰকাৰখনে যধে-মধে এনকাউKI×াৰৰ নামত খিলঞ্জীয়াসকলক অত্যাচাৰ কৰি আহিছে বুলি উল্লেখ কৰি এই চৰকাৰখনৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও তেওঁৰ চমু ভাষনত উল্লেখ কৰে৷

আনহাতে ৰাজ্য চৰকাৰৰ কিছুমান জনস্বাৰ্থ বিৰোধী কাৰ্য্য ব্যৱস্থা সন্দৰ্ভত ‘‘মাছ’’ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন ‘‘নাগৰিক সভা’’ অনুষ্ঠিত হয়৷ অসমৰ বিভিন্ন জিলাৰ পৰা অহা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে নাগৰিক সভাত মত পোষণ কৰে৷ তদুপৰি পদপথ ব্যৱসায়ী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হাছিনা বেগমে কয় যে পদপথত দিনৰ দিনটো সৰু সুৰাকৈ ব্যৱসায় এটা খুলি এচাম লোকে পৰিয়ালটো পোহ-পাল দি থকা সময়তে চৰকাৰে অন্যায় আৰু নিষ্ঠুৰ ভাৱে নিৰিহ জনতাক অত্যাচাৰ চলায় আহিছে বুলি উল্লেখ কৰি অতি শীঘ্ৰে চৰকাৰক পদপথৰ লোকসকলক উপযুক্ত সংস্থাপন দিবলৈ আহ্বান জনায়৷

আজিৰ এই নাগৰিক সভাই হাইস্কুল শিক্ষান্ত পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাত আৰু বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত পৰিক্ষাৰ্থীসকল বাৰে বাৰে হাৰাশাস্তি হব লগা ঘটনাত প্ৰতিবাদ কৰিবলৈ যোৱাত ধলপুৰ আৰক্ষী চকীৰ ছাত্ৰ কেইজনমানক আটক কৰি নিৰ্যাতন চলোৱা কাৰ্য্যক চৰম বৰ্বৰতা আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ পৰিপন্থি বুলি মত পোষণ কৰে৷ সভাই বাক্সা জিলাত ডিম্বেশ্ব¤ৰ মুছাহাৰিক যোৱা ২৪ জানুৱাৰীত আৰক্ষীয়ে নীৰিহ ভাৱে শীতল মগজুৰে হত্যা কৰাৰ ঘটনাকো গৰিহনা দিয়ে৷ আনহাতে আজিৰ এই নাগৰিক সভাত মাছৰ মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ আদিত্য লহকৰ অধ্যক্ষ, লক্ষী প্ৰসাদ ডেকা সচিব প্ৰধান , মুকুল আহমেদ, অনুপ চেতিয়াকে ধৰি ভালেকেইজন লোক উপস্থিত আছিল৷

Previous Post

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7