VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

voicedesk by voicedesk
March 21, 2023
in মুখ্য সংবাদ
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ভাৰতত মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। আমেৰিকাই পুনৰ এই অভিযোগ উত্থাপন কৰিছে। আমেৰিকাৰ এক  প্ৰতিবেদনত  উল্লেখ কৰা অনুসৰি ২০২২ চনত মানৱ অধিকাৰ উলংঘাৰ কেইবাটাও ঘটনা ভাৰতত সংঘটিত হৈছে ৷ নিৰ্বিচাৰ হত্যা, সংবাদ মাধ্যমৰ স্বাধীনতা দমনৰ লগতে সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই প্ৰতিবেদন প্ৰকাশ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে।

আমেৰিকাৰ প্ৰতিবেদনত দাবী কৰা অনুসৰি  ২০২২ চনত ভাৰতত সংঘটিত কেইবাটাও ঘটনাত মানৱ অধিকাৰ খৰ্ব হৈছিল। মানৱ অধিকাৰ খৰ্ব হোৱা ঘটনাসমূহো আলোকপাত কৰা হৈছে।  আৰক্ষীৰ নিৰ্যাতন, ন্যায় বহিৰ্ভূত হত্যা আদিৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ, ৰাজনৈতিক কাৰাদণ্ড, সাধাৰণ মানুহৰ গোপনীয়তাত হস্তক্ষেপ আদিৰ ওপৰতো আলোকপাত কৰা হৈছে প্ৰতিবেদনত । সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত বাদশা-নিষেধ আৰোপ কৰা বুলিও  দাবী  কৰিছে আমেৰিকাৰ প্ৰতিবেদনে ৷ শান্তিপূৰ্ণভাৱে আয়োজিত সমাৱেশত বাধা, বিভিন্ন মানৱ অধিকাৰ সংগঠনৰ হাৰাশাস্তি আদি ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰিও যৌন নিৰ্যাতন, কৰ্মক্ষেত্ৰত হাৰাশাস্তি, বলপূৰ্বক বিবাহ আদি ঘটনাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বেও আমেৰিকাই মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু এই প্ৰতিবেদন ভাৰত চৰকাৰে অস্বীকাৰ কৰে। বিগত সময়ত নতুন দিল্লীয়ে ভাৰত এখন গণতান্ত্ৰিক দেশ বুলি অৱগত কৰিছিল। ইয়াত সকলোৰে অধিকাৰ সুৰক্ষিত। ইয়াৰ পাছতো আমেৰিকাই মানৱ অধিকাৰ উলংঘাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

আহি আছে 'পুষ্পা: দ্যা ৰুল ', আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7