VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাজআকাশত পৰিচাৰিকাক প্ৰহাৰ বিমান যাত্ৰীৰ, জৰুৰী অৱতৰন এয়াৰ ইণ্ডিয়াৰ বিমান

voicedesk by voicedesk
April 10, 2023
in মুখ্য সংবাদ
মাজআকাশত পৰিচাৰিকাক প্ৰহাৰ বিমান যাত্ৰীৰ, জৰুৰী অৱতৰন এয়াৰ ইণ্ডিয়াৰ বিমান
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

মাজআকাশত বিমানযাত্ৰী আৰু পৰিচাৰিকাৰ মাজত হোৱা তীব্ৰ কাজিয়াৰ বাবেই এখন বিমানে জৰুৰী অৱতৰন কৰিবলগীয়া হয় ৷ দিল্লী বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে এই ঘটনা সংঘটিত হয় ৷ পৰিস্থিতি এনে পাইগৈ যে পাইলটে বিমানখন দিল্লী বিমানবন্দৰলৈ ঘূৰাই আনিবলৈ বাধ্য হ’ল!

 

সোমবাৰে পুৱা দিল্লীৰ পৰা  বিমানখন উৰা মৰাৰ পাছত এজন যাত্ৰী আৰু দুগৰাকী বিমান পৰিচাৰিকাৰ মাজত আকাশৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ তাৰ বাবেই বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ উভতি যাব লগা হ’ল। বিমান সংস্থাৰ সূত্ৰ অনুসৰি এই ঘটনাত বিমান পৰিচাৰিকাৰ কাজিয়াত লিপ্ত হোৱা যাত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। দিল্লী বিমানবন্দৰ থানাত জেৰা অব্যাহত আছে যাত্ৰীজনক। এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে এজন যাত্ৰীৰ “অত্যন্ত বেয়া আচৰণ”ৰ বাবে পাইলটজনে বিমানখন অৱতৰণ কৰিবলৈ বাধ্য হয়।

 

কোম্পানীটোয়ে কয় “কেৱল বেয়া আচৰণেই নহয়, যাত্ৰীজনে বিমান পৰিচাৰিকা দুগৰাকীৰ ওপৰত প্ৰহাৰ কৰে ৷  সেইবাবেই পাইলটে বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছিল। যাত্ৰীজনক নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। তেওঁৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা হৈছে।” এই ঘটনাৰ বাবে এয়াৰ ইণ্ডিয়াই বিমানখনৰ আন যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰে।

 

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত প্ৰস্ৰাৱৰ ঘটনাক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। যোৱা বছৰৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছৰ যাত্ৰীয়ে মদ্যপান কৰি এজন বৃদ্ধ সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। দিল্লী আৰক্ষীয়েও বেংগালুৰুৰ পৰা যাত্ৰীজনক গ্ৰেপ্তাৰ কৰে। সেই ঘটনাৰ পিছৰে পৰা বিমান যাত্ৰীৰ আচৰণৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিমান সংস্থাটোৱে।

Previous Post

ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণলৈ চাই থাকিলে বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ, শেহতীয়া অধ্যয়নত পোহৰলৈ আনিছে মোবাইলৰ অপকাৰিতা

Next Post

ওজন-কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি ? দৈৰ লগত কিচমিচ মিহলি কৰি খাওক, পাব একাধিক উপকাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ওজন-কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি ?  দৈৰ লগত কিচমিচ মিহলি কৰি খাওক, পাব একাধিক উপকাৰ

ওজন-কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি ? দৈৰ লগত কিচমিচ মিহলি কৰি খাওক, পাব একাধিক উপকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7