২১ ব’হাগ, ৫ মে , ২০২৩
গ্ৰহণ আৰম্ভ হ’ব নিশা :- ৮/৪৪ মি:
গ্ৰহণ সমাপ্ত হ’ব নিশা :- ১/২ মি:
গ্ৰহণ অসমত দৃশ্য হোৱাৰ বাবে গ্ৰহণৰ প্ৰভাৱ অসমৰ সকলো ঠাইতে পৰিব। সেয়েহে গ্ৰহণৰ সময়ত খোৱা লোৱা, ৰন্ধা বঢ়া, নকৰিব। খোৱা পানী , খোৱা খাদ্যত ধাকন দি থৈ দিব, গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলা সকলে পাৰিলে ঘৰৰ বাহিৰত ওলাই নাহিব, লগতে গ্ৰহণৰ সকলো নিয়ম পালন কৰাটো আপোনাৰ কাৰণে ভাল হ’ব।
বিশেষ এই যে এই গ্ৰহণ মেষ, বৃষ, মিথুন, সিংহ, কন্যা, তুলা, ধনু, মকৰ, আৰু কুম্ভ ৰাশিৰ ব্যক্তি সকলৰ বাবে এই গ্ৰহণৰ ফল শুভ হব আৰু তেওঁলোকে এই গ্ৰহণ চাবলৈ পাৰিব। যদিও কৰ্কট,বৃশ্চিক, মীন ৰাশিৰ ব্যক্তিৰ বাবে গ্ৰহণৰ ফল অশুভ তেওঁলোকে গ্ৰহণ চোৱাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
-: জ্যোতিষী :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205