VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লাডাখ দুৰ্গত চীনৰ ঘাটি, কাউন্সিলাৰৰ দাবীত তীব্ৰ চাঞ্চল্য

voicedesk by voicedesk
June 1, 2023
in মুখ্য সংবাদ
লাডাখ দুৰ্গত চীনৰ ঘাটি, কাউন্সিলাৰৰ দাবীত তীব্ৰ চাঞ্চল্য
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ডেমচ ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ এটা দুৰ্গ। ডোগ্ৰা ৰজাৰ সেনাপতি জোৰাৱাৰ সিংহৰ নাম ইয়াৰ লগত জড়িত। চুচুলৰ কাউন্সিলাৰ কনচাক ষ্টাঞ্জিনে দাবী কৰে যে চীনা সেনাই জোৰাৱৰ দুৰ্গ দখল কৰি তাত তেওঁলোকৰ চোৰাংচোৱা ঘাটি স্থাপন কৰিছে।

 

কিন্তু এই ঘাটি এতিয়া দখল কৰিবলৈ চেষ্টা কৰিছে চীনে ৷ স্থানীয় এগৰাকী কাউন্সিলাৰ ষ্টেনজিনে এক টুইটত কয় – “২০১০ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৰঙা চীনৰ সেনাই ডেমচত ঘাটি স্থাপন কৰিছে ৷” লেহ জিলাৰ জোৰাৱৰ গড়ত ঘাটি স্থাপন কৰি নতুন ঘাটিও নিৰ্মাণ কৰি আছে। ইয়াৰ পূৰ্বে ষ্টেনজিনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অঞ্চলত চীনৰ আগ্ৰাসনৰ বিষয়ে পোষ্ট কৰিছিল। যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ টুইট কৰা এনে এখন ছবিত দেখা গৈছিল যে পাহাৰীয়া উপত্যকাৰ এক বৃহৎ অঞ্চলত শাৰী শাৰী দুমহলীয়া ঘৰ নির্মাণ কৰা হৈছে । ফটোখনৰ লগতে ষ্টেনজিনে লিখিছে, ‘চীনে ২০১০-২০১২ চনৰ ভিতৰত ডেমচত এই দুমহলীয়া ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। ইয়াক ‘নিউ কনষ্ট্ৰাকচন এৰিয়া’ (NCA) বুলি কোৱা হয়। ডেমচৰ ভাৰতীয় পক্ষত আৰু লগতে পূব লাডাখৰ সীমান্তৱৰ্তী গাঁওবোৰতো সকলো সা-সুবিধা থকা এনে আন্তঃগাঁথনি নিৰ্মাণ হ’ব বুলি আমি আশা কৰিব পাৰোনে?’

 

এই দুমহলীয়া ঘৰবোৰ কি? ষ্টেনজিনে এটা পুৰণি পোষ্টত দাবী কৰিছে যে চীনে ২৪ ঘণ্টীয়া বিদ্যুৎ আৰু ৪জি ইণ্টাৰনেট সংযোগেৰে এই ঘৰসমূহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ তিনিবছৰ পূৰ্বে সেই টুইটত ষ্টেনজিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো টেগ কৰিছিল। দৰাচলতে উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত একেধৰণৰ চীনা গাঁও নিৰ্মাণৰ প্ৰমাণ পোৱা গৈছে।

 

ষ্টেনজিনৰ এই নতুন দাবীৰ বিষয়ে ভাৰত চৰকাৰ বা সেনাবাহিনীৰ কোনেও এতিয়ালৈকে কোনো কথা কোৱা নাই। কিন্তু ইয়াৰ ফলত ডকলামৰ বিবাদৰ পৰা আৰম্ভ কৰি গালৱান উপত্যকাত সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ বাবে ইতিমধ্যে অস্থিৰ হৈ পৰা ভাৰত আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাবনে নাই সেয়া হ’ব লক্ষ্যণীয়। ষ্টেনজিনৰ মতে চীনে সীমান্তত নিৰৱে আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ভাৰতেও একেদৰেই আন্তঃগাঁথনি নিৰ্মাণ কৰা উচিত। এখন বাতৰি কাকতত তেওঁ কয় –“ লাডাখৰ দুৰ্গম অঞ্চলত যি ঘটি আছে সেই কথা মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই। চীনে ক্ৰমান্বয়ে আমাৰ অঞ্চলটো দখল কৰি আছে।” আনহাতে ভাৰত আৰু চীনৰ প্ৰতিনিধিয়ে আজি সিদ্ধান্ত লৈছে যে লাডাখৰ সংঘাতৰ স্থানত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ সমস্যা সন্দৰ্ভত দুয়োখন দেশৰ সেনাই ক্ষীপ্ৰতাৰে আলোচনা কৰিব।

 

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি'! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7