VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আন এক “ইউক্ৰেইন” নিবিচাৰে! চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ টাইৱানলৈ সামৰিক সাহায্য প্ৰেৰণ বাইডেনৰ

voicedesk by voicedesk
July 29, 2023
in মুখ্য সংবাদ
আন এক “ইউক্ৰেইন” নিবিচাৰে! চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ টাইৱানলৈ সামৰিক সাহায্য প্ৰেৰণ বাইডেনৰ
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাই এছিয়াত ‘অন্য এক ইউক্ৰেইনৰ পৰিস্থিতি’ হোৱাটো নিবিচাৰে। এই যুক্তি সন্মুখত ৰাখি ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰ এইবাৰ টাইৱানক সামৰিক সাহায্য প্ৰদান কৰা হৈছে । চীনৰ আগ্ৰাসন ৰোধৰ বাবে টাইৱানক ৩৪৫ মিলিয়ন ডলাৰ (প্ৰায় ২৮৩৮ কোটি টকা) মূল্যৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সা-সঁজুলি দিয়াৰ প্ৰস্তাৱ শুকুৰবাৰে হোৱাইট হাউছে অনুমোদন জনায়।

 

ৰাষ্ট্ৰপতি বাইডেনৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ বিধায়িনী দলে যোৱা বছৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ টাইৱানক সামৰিক সাহায্য আগবঢ়াবলৈ অনুমতি দিছিল। অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিৰ উপৰিও পেন্টাগনে টাইৱানৰ সেনাবাহিনীক প্ৰশিক্ষণৰ সহায়ো আগবঢ়াব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে। শেহতীয়াকৈ চীন ভ্ৰমণ কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু কোষাগাৰ সচিব জেনেট য়েলেনে। কূটনৈতিক মহলৰ এটা অংশই বিশ্বাস কৰিছিল যে তাৰ পিছত টাইৱানক সামৰিক সাহায্য দিয়াৰ ঘোষণাই চীনক ক্ষুব্ধ কৰিব পাৰে।

 

আমেৰিকাৰ সংবাদ মাধ্যমৰ এটা অংশই প্ৰকাশ কৰা অনুসৰি টাইৱানক প্ৰথম পৰ্যায়ত ‘ৰাডাৰ ৱাৰ্নিং চিষ্টেম’ দিয়া হ’ব পাৰে। ইয়াৰ জৰিয়তে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰসমূহ দ্ৰুতভাৱে চিনাক্ত কৰিব পৰা যায়। ফলত টাইৱান সেনাই এণ্টি মিছাইল ব্যৱস্থাৰ সহায়ত ইয়াক ধ্বংস কৰিব পাৰে। ইয়াৰ উপৰিও এফ-১৬ যুঁজাৰু বিমান সক্ষম জাহাজ বিৰোধী হাৰপুন ক্ষেপণাস্ত্ৰ, এম-১ আব্ৰাহাম ট্ৰাংক আৰু চুটি দূৰত্বৰ ‘পৃষ্ঠৰ পৰা পৃষ্ঠলৈ’ ক্ষেপণাস্ত্ৰৰ ব্যৱস্থা কৰা হ’ব পাৰে। এই সামৰিক সাহায্য ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতাৰ অধীনত ‘বিদেশী সাহায্য’ হিচাপে টাইৱানলৈ প্ৰেৰণ কৰা হ’ব।

 

আমেৰিকান কংগ্ৰেছৰ নিম্ন সদনৰ তেতিয়াৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষই চীনৰ সতৰ্কবাণীক আওকাণ কৰি যোৱা বছৰৰ ২ আগষ্টত টাইৱান ভ্ৰমণলৈ গৈছিল। তেতিয়াৰ পৰাই টাইৱান জলদ্বীপ আৰু কাষৰীয়া চীন সাগৰত বেইজিঙৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পাইছে। টাইৱানৰ আকাশমাৰ্গ উলংঘাৰ কাণ্ডও অবিৰতভাৱে সংঘটিত হৈ আছে। এই পৰিস্থিতিত চীনৰ আক্ৰমণৰ আশংকা টাইৱানে। চীনৰ যুদ্ধবিমান আৰু যুদ্ধজাহাজৰ আশংকাই টাইৱান জলদ্বীপত বাণিজ্যিক বিমান আৰু জাহাজ চলোৱাত ‘প্ৰভাৱ’ পেলাইছে। টাইপেইয়ে দাবী কৰিছে যে টাইৱান জলদ্বীপত নিয়োজিত চীনৰ কেইবাখনো যুদ্ধজাহাজৰ গতিবিধি নিৰীক্ষণ কৰি আছে। এনে পৰিস্থিতিত দক্ষিণ চীন সাগৰত বাণিজ্যিক জাহাজৰ যাতায়ততো হ্ৰাস পাইছে।

Previous Post

ব্ৰিটেইনৰ শ্ৰেষ্ঠ অট্টালিকা ক্ৰয় কৰিলে ভাৰতীয় উদ্যোগপতিয়ে, ১২০০ কোটি টকাত ক্ৰয় কৰিলে নিশাল অট্টালিকা !

Next Post

অক্ষয় কুমাৰৰ ‘স্পেচিয়েল ২৬’ চাই প্ৰাক্তন বিষয়াৰ ঘৰত সোমাল ছয়টা চোৰ! তদন্তকাৰীৰ পৰিচয়ৰে ৩৬ লাখ টকা লুণ্ঠন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অক্ষয় কুমাৰৰ ‘স্পেচিয়েল ২৬’ চাই  প্ৰাক্তন বিষয়াৰ ঘৰত সোমাল ছয়টা চোৰ! তদন্তকাৰীৰ পৰিচয়ৰে ৩৬ লাখ টকা লুণ্ঠন

অক্ষয় কুমাৰৰ ‘স্পেচিয়েল ২৬’ চাই প্ৰাক্তন বিষয়াৰ ঘৰত সোমাল ছয়টা চোৰ! তদন্তকাৰীৰ পৰিচয়ৰে ৩৬ লাখ টকা লুণ্ঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7