VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পশ্চিম কাৰ্বি আংলঙত তিৱা ভাষাৰ অভিধান উন্মোচন

voicedesk by voicedesk
August 23, 2023
in মুখ্য সংবাদ
পশ্চিম কাৰ্বি আংলঙত তিৱা ভাষাৰ অভিধান উন্মোচন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২২আগষ্ট:–পশ্চিম কাৰ্বি আংলং জিলাত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ । ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড° ভাৰ্জিনিয়া দাউচনৰ দ্বাৰা ৰচনা কৰি উলিওৱা “Introduction to Tiwa Grammar” শীৰ্ষক ব্যাকৰণখনি উন্মোচন কৰে তিৱা মাথনলাই তখ্ৰাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈয়ে । ব্যাকৰণখনিৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ড° ভাৰ্জিনিয়া দাওচে সকলো তিৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্যাকৰণখনি প্ৰকাশ কৰি দিয়াৰ বাবে তিৱা মাথনলাই তখ্ৰাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । ব্যাকৰণখনি প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য তিনিগৰাকী লেখকেও ড° দাওচেক সহায় কৰে । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্য্যবাহী সদস্য উফিঙ মচলাইয়ে উক্ত ব্যাকৰণখনি তিৱা ভাষা সাহিত্য বিকাশৰ বাবে ডাঙৰ অৱদান বুলি উল্লেখ কৰে । তিৱা মথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মচলাইৰ উপৰি তিৱা মাথনলাই তখ্ৰাৰ উপ সভাপতিদ্বয় শৰৎ চন্দ্ৰ পাতৰ আৰু যোগেশ্বৰ বৰদলৈ,প্ৰাক্তন সভাপতিদ্বয় মহেশ্বৰ পাতৰ,লালচিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি,সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰৰ লগতে জিলা সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে । তিৱা মথনলাই তখ্ৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি অনুষ্ঠানৰ শলাগ লয় ।

Previous Post

মিজোৰামত নির্মীয়মাণ দলং ভাঙি মৃত্যু ১৭ জন শ্ৰমিকৰ, শোক প্ৰকাশ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

Next Post

১৮ মাহ বয়সত দুটা হাৰ্ট এটেক! বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পাছতে খোল খালে ভাগ্যৰ দুৱাৰ , কেনেদৰে শিশুটিৰ শৰীৰত সংৰোপন কৰা হ’ল হৃদযন্ত্ৰ !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১৮ মাহ বয়সত দুটা হাৰ্ট এটেক! বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পাছতে খোল খালে ভাগ্যৰ দুৱাৰ , কেনেদৰে শিশুটিৰ শৰীৰত সংৰোপন কৰা হ’ল হৃদযন্ত্ৰ !!

১৮ মাহ বয়সত দুটা হাৰ্ট এটেক! বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পাছতে খোল খালে ভাগ্যৰ দুৱাৰ , কেনেদৰে শিশুটিৰ শৰীৰত সংৰোপন কৰা হ’ল হৃদযন্ত্ৰ !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7