VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

voicedesk by voicedesk
August 25, 2023
in মুখ্য সংবাদ
চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫ আগষ্ট:– মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠিত আৰু ভাৰতীয় চৰকাৰৰ ১০ হাজাৰ FPOৰ অন্তৰ্ভূক্ত আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE)ৰ দ্বাৰা লালিত পালিত এই মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ চৰাইবাহীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পু্ৱা ৮ বজাত প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰে মহাবাহু কৃষক উৎপাদক প্ৰতিষ্ঠানৰ অধ্যক্ষ মানস নাথে ৷ ইয়াৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা কৃষি বিভাগৰ জালুগুটি কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া কৰিশ্মা বৰাই ৷

প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ত এক আধ্যাত্মিক পৰিৱেশত এটি মাঙ্গলিক কাৰ্য সম্পন্নৰ পিছতে এখনি আলোচনা সভা অনুষ্ঠিত হয় ৷ মহাবাহু এগ্ৰ’ কৃষক উৎপাদন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া দিবেন্দ্ৰ হাজৰিকাই আঁত ধৰা আৰু প্ৰতিষ্ঠানৰ অধ্যক্ষ মানস নাথে উদ্দেশ্য বাখ্যা কৰা আলোচনা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবাহু এগ্ৰ’ কৃষক উৎপাদন প্ৰতিষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰি ভাষণ প্ৰদান কৰে ক্ৰমে মৰিগাঁও জিলা কৃষি বিভাগৰ আত্মাৰ সহকাৰী প্ৰকল্প বিষয়া হীৰামণি দাস,মৰিগাঁও জিলা কৃষি বিভাগৰ লাহৰীঘাট কৃষি উন্নয়ন চক্ৰ বিষয়া জয়ন্ত চাবুকধৰা,জালুগুটি কৃষি চক্ৰ কৃষি উন্নয়ন বিষয়া কৰিশ্মা বৰা,জিলা কৃষি বিভাগৰ CSS আত্মাৰ BTM সুভাষী বৰঠাকুৰ আৰু জিলা কৃষি বিভাগৰ মাৰ্কেটিং বিষয়া ধনঞ্জয় যাদৱে ৷ উল্লেখ্য যে এই আলোচনা সভাতে মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা কাঠফুলাৰ প্ৰ’টিন পাউদাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অন্যতম বিষয়া প্ৰিয়ংকা হাজৰিকাই ।

Previous Post

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

Next Post

অসম চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসম চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

অসম চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7