VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শুনানি গ্ৰহণৰ সন্মতি উচ্চতম ন্যায়ালয়ৰ

সন্মতি সাপেক্ষে সম্বন্ধ স্থাপন কৰাৰ বয়স সন্দৰ্ভত ‘বচপন বচাঅ’ আন্দোলন’ৰ ভিত্তিত গ্ৰহণ কৰা হ'ব শুনানি সন্মতি প্ৰদান উচ্চতম ন্যায়ালয়ৰ

voicedesk by voicedesk
August 31, 2023
in মুখ্য সংবাদ
শুনানি গ্ৰহণৰ সন্মতি উচ্চতম ন্যায়ালয়ৰ
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

সন্মতি সাপেক্ষে সম্বন্ধ স্থাপন কৰাৰ বয়স সন্দৰ্ভত ‘বচপন বচাঅ’ আন্দোলন’ৰ আবেদনৰ ভিত্তিত অনুষ্ঠিত হ’ব ‘উচ্চতম’ শুনানি ৷ ইয়াৰ বিৰুদ্ধে ‘বচপন বচাঅ’ আন্দোলন’এ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
উল্লেখনীয় যে দেশৰ এক আগশাৰীৰ বেচৰকাৰী সংগঠন বচপন বাচাও আন্দোলনে এই সন্মতিৰ বয়স হ্ৰাসৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সংস্থাটোৰ আবেদনত এই কথা স্পষ্টকৈ হৈছিল যে সন্মতিসূচক সম্পৰ্কৰ বাবে বয়সৰ সীমা হ্ৰাস কৰাৰ ফলত ই বৃহৎ সংখ্যাত যৌন শোষণৰ বলি হোৱা শিশু বিশেষকৈ ছোৱালীৰ ভৱিষ্যৎ বিপন্ন কৰিব।
চি জে আইৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদন সন্দৰ্ভত কেন্দ্ৰলৈ জাননী জাৰি কৰিছে। লগতে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে দাখিল কৰা বিচাৰাধীন আবেদনৰ সৈতে আবেদনখন সংলগ্ন কৰা হৈছে।
যোৱা বছৰৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল এনচিপিচিআৰে য’ত কোৱা হৈছিল যে নাবালক মুছলমান ছোৱালীয়ে নিজৰ পছন্দৰ ব্যক্তিক বিয়া কৰাব পাৰে। ইয়াৰ পিছতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰি এক জাননী জাৰি কৰে।
গুৰুত্বপূৰ্ণ যে ‘বচপন বচাঅ’ আন্দোলন’’ৰ আবেদনত কেইবাটাও গাইডলাইন বিচৰাৰ উপৰিও পকচ’ (POCSO) আইনৰ অধীনত অপৰাধমূলক কাৰ্য্যবিধিৰ সৈতে মোকাবিলা কৰাৰ সময়ত নাবালক ভুক্তভোগীৰ আকস্মিক সম্পৰ্ক আৰু অনৈতিক মনোভাৱৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈও আদালতক নিৰ্দেশ দিয়া হৈছিল।আবেদনখনে তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰা ২০২২চনৰ ৩ ডিচেম্বৰ তাৰিখৰ চাৰ্কুলাৰকো প্ৰত্যাহ্বান জনাইছিল, য’ত পাৰস্পৰিক প্ৰেম সম্পৰ্কীয় বিষয়ৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত খৰখেদা নকৰিবলৈ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছিল য’ত অভিযোগ কৰা হৈছিল যে ইয়াৰে অধিকাংশই ‘পাৰস্পৰিক প্ৰেমৰ সম্পৰ্ক’ৰ শ্ৰেণীত পৰে।।
তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে কিশোৰ-কিশোৰীসকলে সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপনৰ বয়সৰ সীমা হ্ৰাস কৰাৰ বাবে মতামত প্ৰদান কৰিছিল। আদালতে কৈছিল যে বহু দেশত কিশোৰ-কিশোৰীক যৌন সম্পৰ্ক স্থাপনৰ বাবে সন্মতি দিয়াৰ বয়স হ্ৰাস কৰা হৈছে আৰু এতিয়া সময় আহি পৰিছে যে সমগ্ৰ বিশ্বতে ঘটি থকা পৰিস্থিতিৰ বিষয়ে আমাৰ দেশ আৰু সংসদো সচেতন হ’ব লাগে।
যোৱা ১০ জুলাইত গৃহীত হোৱা এক আদেশত ন্যায়াধীশ ভাৰতী ডাংৰেৰ একক বিচাৰপীঠে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ বিধানৰ অধীনত অপৰাধমূলক গোচৰৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে, য’ত সন্মতিসূচক সম্পৰ্কত থকা বুলি কোৱাৰ পিছতো ভুক্তভোগী নাবালকসকলক শাস্তি প্ৰদান কৰা হয় ।

Previous Post

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

Next Post

প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা

প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7