VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাদ পৰিব নেকি ইণ্ডিয়া !!জি-২০ ৰ আমন্ত্ৰণী পত্ৰই বৃদ্ধি কৰিছে উৎকণ্ঠা

voicedesk by voicedesk
September 5, 2023
in মুখ্য সংবাদ
বাদ পৰিব নেকি ইণ্ডিয়া !!জি-২০ ৰ আমন্ত্ৰণী পত্ৰই বৃদ্ধি কৰিছে উৎকণ্ঠা
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

সংসদৰ বিশেষ অধিৱেশনৰ উদ্দেশ্য কি? ইয়াৰ সন্দৰ্ভত জল্পনা-কল্পনা বাঢ়িবলৈ আৰম্ভ কৰিছে । এই প্ৰেক্ষাপটত ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা জি-২০ বৈঠকত নৈশ আহাৰ গ্ৰহণৰ আমন্ত্ৰণত লিখা কথাখিনিৰ বাবেই দেশখনৰ নাম সলনিৰ বিষয়ে জল্পনা-কল্পনাই অধিক গতি লাভ কৰিছিল। কংগ্ৰেছে দাবী কৰিছে যে আমন্ত্ৰণ পত্ৰত পৰম্পৰাগত প্ৰেছিডেণ্ট অৱ ইণ্ডিয়াৰ সলনি প্ৰেছিডেণ্ট অৱ ভাৰত বুলি  লিখা হৈছে। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হয়, নৰেন্দ্ৰ মোডীৰ চৰকাৰে আগন্তুক বিশেষ অধিবেশনত এই প্ৰস্তাৱ দাখিল কৰিবলৈ ওলাইছে নেকি?

 

 

৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপ্ৰধানসকলক ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে। সেই উপলক্ষে নিমন্ত্ৰণ পত্ৰখনো নিমন্ত্ৰিতসকললৈ প্ৰেৰণ কৰা হৈছে ৷নিমন্ত্ৰণ পত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই  ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰভাৱ পেলাইছে । কাৰণ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰোবালৈ চিঠি লিখিলে তাত পৰম্পৰাগতভাৱে প্ৰেছিডেণ্ট অৱ ইণ্ডিয়া বুলি লিখা থাকে। কিন্তু জি-২০ৰ নেতাসকললৈ নিমন্ত্ৰণ পত্ৰত লিখা আছে  প্ৰেছিডেণ্ট অৱ ভাৰত ’। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হ’ল, এনে হঠাৎ পৰিৱৰ্তনৰ কাৰণ কি? এই বিষয়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিজেপিক আক্ৰমণ কৰে। এক্স-ত (প্ৰাক্তন টুইটাৰ) ৰমেশৰ কটুক্তি, “তেন্তে মই যি শুনিলোঁ সেয়া সঁচা! “

 

কংগ্ৰেছৰ এই আক্ৰমণৰ পৰাই আৰম্ভ হৈছে আন এক জল্পনা-কল্পনা। অৰ্থাৎ আগন্তুক সংসদৰ বিশেষ অধিৱেশনত মোডী চৰকাৰে সকলো ভাষাতে দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰতলৈ সলনি কৰাৰ প্ৰস্তাৱ আনিবলৈ গৈ আছে নেকি? বিশেষ অধিৱেশনৰ কাৰণ এতিয়াও কাৰো বাবে স্পষ্ট হোৱা নাই। বহুতে দাবী কৰে যে ‘এখন দেশ এক নির্বাচন’ৰে এটা গুৰুত্বপূৰ্ণ বিধেয়ক আনিব পাৰি। বহুতে দাবী কৰে যে মহিলা সংৰক্ষণ বিল দাখিল কৰিব পাৰি। এই প্ৰেক্ষাপটতেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ জি-২০ নেতাৰ ৰাতিৰ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণ পত্ৰক কেন্দ্ৰ কৰি নতুন জল্পনা-কল্পনাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। আৰম্ভণিৰে পৰা এই বিষয়ত চৰকাৰ মৌন হৈ আছে।

 

প্ৰসংগক্ৰমে বিজেপি বিৰোধী দলসমূহে গঠন কৰা মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ৰখা হৈছে। ইয়াত কংগ্ৰেছ, তৃণমূল, শিৱসেনা (উদ্ধৱ শিবিৰ), এন চি পি, এছ পি, জে ডি ইউ, ডি এম কে আদি কেইবাটাও বিজেপি বিৰোধী দল আছে।

Previous Post

গুৱাহাটীত পুনৰ আৰক্ষী জালত ভুৱা চিকিৎসক

Next Post

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7