VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৰু-শিষ্য পৰম্পৰা মহান হিন্দু সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য

voicedesk by voicedesk
September 7, 2023
in মুখ্য সংবাদ
গুৰু-শিষ্য পৰম্পৰা মহান হিন্দু সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য
0
SHARES
115
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৫ চেপ্তেম্বৰ, ২০২৩: গুৰু-শিষ্য পৰম্পৰা মহান হিন্দু সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য। যিদৰে দেৱতাসকলৰ গুৰু বৃহস্পতি আৰু দানৱসকলৰ গুৰু শুক্ৰাচাৰ্য, সেইদৰে শ্ৰীৰামচন্দ্ৰৰ বশিষ্ঠ, শ্ৰীকৃষ্ণৰ সন্দীপনি আৰু পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ ৰামদাস-শিৱাজী, ৰামকৃষ্ণ পৰমহংস- বিবেকানন্দ ইত্যাদি ভাৰতবৰ্ষৰ অতুলনীয় গুৰু-শিষ্যৰ পৰম্পৰাৰ বাস্তৱ প্ৰতিচ্ছবি। গুৰু অবিহনে শিষ্যৰ যিদৰে জ্ঞান অসম্পূর্ণ, তেনেদৰে শিষ্যৰো গুৰুৰ প্ৰতি শ্ৰদ্ধা অবিহনে জ্ঞানৰ পূৰ্ণতা প্ৰাপ্তি নহয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে- ‘শ্ৰদ্ধাবান লভতে জ্ঞানম্’।

গুৰু শিষ্যৰ এই পৰম্পৰা অক্ষুন্ন ৰখাৰ প্ৰয়াসেৰে অসমৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘প্ৰজ্ঞা’ই প্ৰতিবছৰৰ দৰে এইবছৰো ৫ চেপ্তেম্বৰ তাৰিখে অসমৰ ২৬ খন জিলাত ৭৮ টা কাৰ্যক্ৰমৰ আয়োজন কৰে। এই কাৰ্যক্ৰমসমূহত ১০০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীৰ চৰণ বন্দনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰীকে লৈ পাঁচ সহস্ৰাধিক লোকে এই অনুষ্ঠানসমূহত অংশ লয়।

কাৰ্যক্ৰমত প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ চৰণ ধুৱাই আশীৰ্বাদ লয়, আৰু গুৰুবন্দনাৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণৰে সৈতে তেখেতসকলৰ আৰতি কৰে। পাছত প্ৰতিটো কাৰ্যক্ৰমত একোজন সমাজৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱস আৰু প্ৰাচীন ভাৰতীয় গুৰুকুল পৰম্পৰাৰ বিষয়ে বক্তব্য প্ৰদান কৰা হয়। কাৰ্যক্ৰমত অংশ লৈ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আবেগিক হৈ পৰে।

Previous Post

নগাঁৱৰ বটদ্ৰৱাৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ শিৱ মন্দিৰত যুগ্ম জীৱন আৰম্ভ কৰিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে

Next Post

বজাৰ দখলৰ লক্ষ্যঃ আৰম্ভ হ’ল লখিমী ডেইৰীৰ উৎপাদন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বজাৰ দখলৰ লক্ষ্যঃ আৰম্ভ হ’ল লখিমী ডেইৰীৰ উৎপাদন

বজাৰ দখলৰ লক্ষ্যঃ আৰম্ভ হ’ল লখিমী ডেইৰীৰ উৎপাদন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7