VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ

জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা কাৰ্যসূচী

voicedesk by voicedesk
September 13, 2023
in মুখ্য সংবাদ
কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ
0
SHARES
51
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১২ ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ‘ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩’ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণ দিয়ে। পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাইয়ে ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্যসমূহ যেনে- কেৱল মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা, মিলেটৰ পৰিপুষ্টি সম্পৰ্কে সজাগতা, মিছন লাইফৰ জৰিয়তে পৰিপুষ্টিৰ উন্নীতকৰণ, মেৰী মাটি মেৰা দেশৰ ৰূপায়ন, ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰ আয়োজন ইত্যাদিৰ বৰ্ণনা কৰাৰ লগতে এই কাৰ্যসূচীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়ন কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে৷ উল্লেখ্য যে, পোষণ মাহৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি হ’লেও মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতাকে ধৰি কেবাটাও কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত অব্যাহত আছে৷ আজিৰ অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ- সঞ্চালক দেৱজিৎ বৰা, জিলা পৰিষদ, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ আদিৰ জিলা পৰ্য্যায়ৰ উচ্চ পদস্থ বিষয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্তৰৰ বিষয়া- কৰ্মচাৰী উপস্থিত থাকে৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী‌‌য়ে সকলো বিভাগকে পোষণ মাহৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত কেবাগৰাকী অংগনবাড়ী কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজৰে পুষ্টিকৰ খাদ্যসম্ভাৰ উপস্থাপন কৰে৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

শিলসাঁকোত উচ্ছেদিতলৈ দ্বিতীয় পৰ্যায়ৰ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শিলসাঁকোত উচ্ছেদিতলৈ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

শিলসাঁকোত উচ্ছেদিতলৈ দ্বিতীয় পৰ্যায়ৰ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7