VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

voicedesk by voicedesk
September 14, 2023
in মুখ্য সংবাদ
গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

১৩ ছেপ্টেম্বৰ, গুৱাহাটী: বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ সহযোগত আত্মহত্যা প্ৰতিৰোধ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰনৰ কাৰ্য্যসূচী ৰাজ্যখনত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ জিলা সমূহত থকা জিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ জৰিয়তে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত মানসিক স্বাস্থ্য , আত্মহত্যা প্ৰতিৰোধ আদি সন্দৰ্ভত বিভিন্ন সজাগতা সভা অনুস্থিত কৰিছে।

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ ৰাজ্যিক কোষে গুৱাহাটী মহানগৰৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়,দিচপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আলোচনা চক্ৰ আয়োজন কৰিছিল। সেই উপলক্ষে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্রেক্ষাগৃহত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ ৰাজ্যিক পৰামৰ্শদাতা ড০ প্ৰকাশ বৰ্মন, টেলি-মানস ৰ পৰামৰ্শদাতা ড০ নবীন ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ছবিনা য়াছমিন শইকীয়া উপস্থিত থাকে। আজিৰ এই সজাগতা সভা খনত মানসিক স্বাস্থ্য আৰু আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয়। তদুপৰি মানসিক স্বাস্থ্যৰ সমস্যাৰ হেল্পলাইন টেলি-মানস টোল ফ্ৰী নম্বৰ ১৪৪১৬ ব্যবহাৰ সন্দৰ্ভতো সজাগতা সভাখনত আলোচনা কৰা হয়।

Previous Post

অগপ, বিজেপি মুখপাত্ৰৰ যৌথ সভা

Next Post

সোণাপুৰ জিলা চিকিৎসালয়ত ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচী শুভাৰম্ভণিৰ পোনপতীয়া প্ৰদৰ্শন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সোণাপুৰ জিলা চিকিৎসালয়ত ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচী শুভাৰম্ভণিৰ পোনপতীয়া প্ৰদৰ্শন

সোণাপুৰ জিলা চিকিৎসালয়ত 'আয়ুষ্মান ভৱ' কাৰ্যসূচী শুভাৰম্ভণিৰ পোনপতীয়া প্ৰদৰ্শন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7