VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশিষ্ট অভিনেতা দিলীপ হাজৰিকাৰ বিয়োগ

voicedesk by voicedesk
September 15, 2023
in মুখ্য সংবাদ
বিশিষ্ট অভিনেতা দিলীপ হাজৰিকাৰ বিয়োগ
0
SHARES
152
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট অভিনেতা, নাট্যকাৰ, চিত্ৰ সমালোচক, প্ৰবীণ ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকা আৰু নাই ।  উজান বজাৰস্থিত নিজা বাসগৃহত বৃহস্পতিবাৰে নিশা ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে দিলীপ হাজৰিকাই ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ৷

 

দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা দিলীপ কুমাৰ হাজৰিকা ৷ প্ৰায় দুবছৰ ধৰি তেওঁ শয্যাশায়ী হৈ আছিল দিলীপ হাজৰিকা ৷ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰে বিয়োগ ঘটে ৷  বিশিষ্ট অভিনেতা গৰাকীয়ে মণিৰাম দেৱান, ককা দেউতা নাতি আৰু হাতীৰ দৰে বোলছবিত অভিনয় কৰিছিল। শিল্পী সাহায্য নিধিৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল অভিনয় জগতৰ লগত জড়িত ব্যক্তিসকলক তেওঁ সহায় কৰি আহিছিল।

 

উল্লেখযোগ্য যে, অভিনয়ৰ লগতে ৰাজনীতিৰ লগতো প্ৰত্যেক্ষভাৱে তেওঁ জড়িত আছিল।দিলীপ কুমাৰ হাজৰিকা এনচিপি পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। তেওঁ শৰৎ সিংহৰ দিনত ৰাজনীতিৰ সৈতে প্ৰতক্ষভাৱে জড়িত আছিল। তদুপৰি দিলীপ হাজৰিকাই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।

 

বিশিষ্ট অভিনেতা গৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয়   ‘বিশিষ্ট অভিনেতা, সুলেখক তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ বিয়োগৰ খবৰটিয়ে ব্যথিত কৰি তুলিছে। ‘মণিৰাম দেৱান’কে ধৰি ভালেকেইখন অসমীয়া ছবিত দুৰ্দান্ত অভিনয়ৰে বিশেষ খ্যাতি অৰ্জন কৰা এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ বিয়োগ অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক বৃহৎ ক্ষতি। হাজৰিকাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

 

কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয় – ‘মণিৰাম দেৱান’ চলচ্চিত্ৰত দিলীপ কুমাৰ হাজৰিকাৰ এই মনপৰশা অভিনয়ে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে। বিশিষ্ট লেখক, অধিবক্তা, অভিনেতা, চলচ্চিত্ৰৰসিক হাজৰিকাৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ আমাৰ সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় ক্ষতি।এই শোকৰ মুহূৰ্তত হাজৰিকাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে তেখেতৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।“

Previous Post

ডিএনএলএৰ ডেজিগনেটেড শিৱিৰত সংঘর্ষ, নিহত এজন ডিএনএলএ কেডাৰ

Next Post

সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7