VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাছাৰ এনআইটিত ছাত্ৰৰ আত্মহত্যক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদী শিক্ষার্থীয়ে ভাঙিলে ডীনৰ গাড়ী, আৰক্ষীৰ লাঠীচালনা

voicedesk by voicedesk
September 16, 2023
in মুখ্য সংবাদ
কাছাৰ এনআইটিত ছাত্ৰৰ আত্মহত্যক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদী শিক্ষার্থীয়ে ভাঙিলে ডীনৰ গাড়ী, আৰক্ষীৰ লাঠীচালনা
0
SHARES
78
VIEWS
Share on FacebookShare on Twitter

কাছাৰ জিলাৰ শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ এনআইটিত  শুকুৰবাৰে নিশা  সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ এনআইটিৰ হোষ্টেলত এজন ছাত্ৰৰ আত্মত্যাৰ পিছতে শিক্ষার্থীসকলে প্ৰতিবাদ কৰে । উল্লেখ্য যে ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰা অৰুণাচল প্ৰদেশৰ এজন ছাত্ৰই পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে আৰু বেক পৰীক্ষাত উত্তীর্ণ  হ’ব নোৱাৰাৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ কলেজ কৰ্তৃপক্ষক পৰৱৰ্তী ছেমিষ্টাৰৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল যদিও সেয়া নাকচ কৰা বুলি জানিব পৰা গৈছে।

 

পঞ্জীয়কৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰাৰ লগে লগে চৌহদত উত্তেজনা বৃদ্ধি পোৱাত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিবলৈ আৰক্ষী মোতায়েন কৰা হয় ৷ অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে, আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

 

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যদিও আজি চেপা উত্তেজনাই বিৰাজ কৰিছে।কাছাৰ জিলা কৰ্তৃপক্ষ, আৰক্ষী, আৰু এন আই টি শিলচৰ কৰ্তৃপক্ষৰ মাজত  পৰিস্থিতিক লৈ জৰুৰী বৈঠক হোৱা বুলি সূত্ৰই জনায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে  প্ৰতিষ্ঠানটো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

 

 

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল, আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালকক লগ কৰিব বিচাৰিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে গাড়ী ভাঙি- ডিনৰ বাসগৃহ আক্ৰমণ কৰে, আৰু পৰিস্থিতি অধিক উত্তপ্ত  হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় ৷

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,

ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7