VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?

voicedesk by voicedesk
October 4, 2023
in মুখ্য সংবাদ
জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব  জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?
0
SHARES
5.1k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ৷ আজি পুনৰ জোনমণি ৰাভাৰ মৃত্যু হোৱা জখলবন্ধাৰ সৰুভগীয়াত উপস্থিত হৈছে  চি বি আইৰ দল। এই দলটোত আছে  ১২ জন লোক ৷  আজি জোনমণি ৰাভাৰ দূর্ঘটনাৰ দৃশ্য পুনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে চিবিআইয়ে পুণৰ নিৰ্মাণৰ চেষ্টা কৰিব চিবিআইৰ দলে। ঘটনাস্থলীত এখন কণ্টেইনাৰ ট্ৰাক  আৰু এছপ্ৰে’ছ’ বাহনো ঘটনাস্থলীলৈ আনি দূর্ঘটনাৰ দৃশ্যৰ পুনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে চিবিআইয়ে ৷ কিমান বেগত কণ্টেইনাৰ  ট্ৰাকখন কিমান স্পীডত আহিছিল, কেনেদৰে জোনমনিৰ বাহনত খুন্দা মাৰিছিল আদি সমগ্ৰ বিষয় চিবিআই দলটোৱে চনিৰীক্ষণ কৰে ৷

 

 

উল্লেখ্য যে  প্ৰথমে এই গোচৰৰ তদন্তৰ ভাৰ চিআইডিক অর্পণ কৰা  হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিবিআইক। ইয়াৰ পাছতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ৷ যোৱা ১৫ মে’ত এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই। ১৫ মে’ৰ নিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণিৰ বাহনৰ। দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। গাড়ীৰ ভিতৰতে উদ্ধাৰ হৈছিল জোনমণিৰ মৃতদেহ।

 

 

চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দল অসমত উপস্থিত হৈ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰে ৷  চিবিআইৰ দলে লখিমপুৰৰ লগতে নগাঁৱতো তদন্ত চলাইছে। কিন্তু এতিয়ালৈ ৰাভাৰ মৃত্যুক লৈ কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই  চিবিআইয়ে ৷

 

 

 

 

Previous Post

অসম জাতীয় পৰিষদে পাতবেঙৰ দৰে জপিয়াই জপিয়াই যাত্ৰা কৰা বুলি সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

Next Post

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ হ’ব? ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কি ইংগিত দিলে ‘চীন সমৰ্থক’ নতুন ৰাষ্ট্ৰপতি মুইজুৱে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ হ’ব? ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কি ইংগিত দিলে  ‘চীন সমৰ্থক’  নতুন ৰাষ্ট্ৰপতি মুইজুৱে

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ হ’ব? ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কি ইংগিত দিলে ‘চীন সমৰ্থক’ নতুন ৰাষ্ট্ৰপতি মুইজুৱে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7