VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ হ’ব? ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কি ইংগিত দিলে ‘চীন সমৰ্থক’ নতুন ৰাষ্ট্ৰপতি মুইজুৱে

voicedesk by voicedesk
October 4, 2023
in মুখ্য সংবাদ
মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ হ’ব? ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কি ইংগিত দিলে  ‘চীন সমৰ্থক’  নতুন ৰাষ্ট্ৰপতি মুইজুৱে
0
SHARES
258
VIEWS
Share on FacebookShare on Twitter

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছতে মহম্মদ মুইজুৱে  ভাৰতক আক্ৰমণৰ  লক্ষ্য কৰি লয়। ‘চীন সমৰ্থক’ নামেৰে পৰিচিত এইগৰাকী নেতাই  কয় “আমি আমাৰ দেশৰ মাটিৰ পৰা সকলো বিদেশী সৈন্য উভতাই পঠিয়াই দিম।“এই ক্ষেত্ৰত মুইজুৱে কাৰো নাম উল্লেখ কৰা নাছিল যদিও স্পষ্টভাৱে ভাৰতক লক্ষ্য কৰি লৈছিল। কাৰণ, ভাৰত মহাসাগৰত সেই দ্বীপৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু উদ্যোগিক অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত আছে ভাৰতীয় সেনাবাহিনী।

 

 

পাঁচ বছৰ ক্ষমতাত থকাৰ পাছত যোৱা সপ্তাহত মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হৈছিল বিদায়ী ৰাষ্ট্ৰপতি মহম্মদ ছলি। শনিবাৰে সন্ধিয়া মালদ্বীপৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ বৈধ ভোটৰ ৫৪.০৬ শতাংশ ভোট লাভ কৰে মুইজুৱে। মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰতো ভাৰতৰ চকু আছিল। কাৰণ মুইজুৱে পূর্বৰ ৰাষ্ট্ৰপতিৰ  ভাৰতৰ সহযোগিতাৰ নীতিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰচাৰ চলাইছিল ৷

 

 

ঘোষিত ‘চীন সমৰ্থক’ নেতাগৰাকীক বিৰোধী দলসমূহে সামূহিকভাৱে সমৰ্থন কৰিছিল।প্ৰসংগক্ৰমে মালাবাৰৰ উপকূলৰ এই দ্বীপ ৰাষ্ট্ৰখন ভাৰতৰ বাবে কূটনৈতিক আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। এইবাৰ এই ৰাষ্ট্ৰখনত চীনৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। যাৰ ফলত নতুন দিল্লীৰ অস্বস্তিৰ সৃষ্টি হ’ব । ২০১৮ চনলৈকে মালদ্বীপত চীন সমৰ্থক ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনে শাসন কৰিছিল। তেওঁৰ সময়ছোৱাত চীনৰ ঋণেৰে দেশত কেইবাটাও আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল ৷য়ামিনৰ শিষ্য হিচাপে পৰিচিত মুইজুৱে এই সকলোবোৰ কাম আগুৱাই নিব বুলি বিশ্বাস কৰা হয়।

 

 

Previous Post

জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?

Next Post

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7