VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল অঞ্জনৰ, ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সৌৰভ গোৱেংকাই কইনাধৰাত গুলীয়াই হত্যা কৰিছিল অঞ্জনক

voicedesk by voicedesk
October 16, 2023
in মুখ্য সংবাদ
পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল অঞ্জনৰ, ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সৌৰভ গোৱেংকাই  কইনাধৰাত গুলীয়াই হত্যা কৰিছিল অঞ্জনক
0
SHARES
3k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটীৰ কইনাধৰাৰ গুলীচালনাৰ ঘটনাৰ ৰহস্য ৷ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰা হৈছিল অঞ্জন নাথ নামৰ যুৱকজনক ৷  এই গুলীচালনাৰ ঘটনাৰ মাষ্টাৰমাইণ্ডসহ ৭ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।  সৌৰভ গোৱেংকা, গোবিন্দ কুমাৰ আৰু অৰবিন্দ ৰায়ক আঠগাঁও আৰু ভৰলুমুখৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ  কৰিবলৈ সক্ষম হয়। এই  ঘটনাত ব্যৱহৃত বাইকখনো জব্দ কৰিছে  আৰক্ষীয়ে ।  মৃত অঞ্জনৰ পত্নী গীতাশ্ৰী সিনহা, গীতাশ্ৰীৰ পিতৃ অৰিজিৎ সিনহা, মাতৃ ঝৰ্ণা সিনহা আৰু ভাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 

আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি সমগ্ৰ ঘটলাৰ চক্ৰান্ত কৰিছিল মহিলাগৰাকীৰ পিতৃ অৰিজিৎ‍ সিনহা আৰু সমগ্ৰ পৰিকল্পনাক কাৰ্যত ৰূপ দিছিল ফাচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী  ব্যৱসায়ী সৌৰভ গোৱেংকাই। অঞ্জনৰ পত্নী গীতাশ্ৰীৰ সৈতে প্ৰেমৰ সম্পর্ক আছিল সৌৰভৰ ৷

 

সৌৰভ গোৱেংকাইৱে অঞ্জন নাথক গুলীয়াই হত্যাই হত্যা কৰিছিল । সৌৰভ গোৱেংকাৰ কৰ্মচাৰী অৰবিন্দ ৰয়ে সমগ্ৰ ঘটনা সংঘটিত কৰাত গোৱেংকা আৰু সিনহাক সহায় কৰিছিল। বিহাৰৰ গোবিন্দ কুমাৰ নামৰ লোকজনে বিহাৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো আনি দিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে ৷অভিযুক্ত সৌৰভ গোৱেংকাৰ ঘৰ ভৰলুমুখৰ শ্লুইছ গেটত। এই হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টল  গোবিন্দই বিহাৰৰ সমষ্টিপুৰৰ পৰা আনিছিল। গোবিন্দ কুমাৰৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত আৰু বৰ্তমান গুৱাহাটীৰ ভূতনাথত বাস কৰি আছে। আনহাতে, ধৃত অৰবিন্দৰ ঘৰ বিহাৰৰ বৈশালীত যদিও  কুমাৰপাৰাত বাস কৰি আছে।

 

উল্লেখ্য যে ৮ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল অঞ্জন আৰু গীতাশ্ৰী ৷ তেওঁলোকৰ সম্পর্ক পৰিয়ালে মানি লোৱা নাছিল। গীতাশ্ৰী ইয়াৰ পূর্বেও  দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ৷ অঞ্জনৰ সৈতে গীতাশ্ৰীৰ আনুষ্ঠানিকভাৱে বিবাহ হোৱা নাছিল। গীতাশ্ৰীৰ প্ৰথম স্বামী মণিপুৰৰ আৰু দ্বিতীয় স্বামী শিলচৰৰ আছিল বুলিও স্থানীয় একাংশ লোকে সদৰী কৰিছিল ৷  দ্বিতীয় স্বামীৰ সৈতে গীতাশ্ৰীৰ এটি পাঁচ বছৰীয়া সন্তানো আছে।

Previous Post

নগাঁৱৰ ৰাইডঙীয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, “গতি” আৰু “আলোক” উন্মোচন

Next Post

লেকমি ফেশ্বন উইকত জিলিকিল মেখেলা –চাদৰ , সংযুক্তা দত্তৰ ডিজাইনেৰে পাটৰ মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বলিউডৰ অভিনেত্ৰী আদা শর্মাই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
লেকমি ফেশ্বন উইকত জিলিকিল মেখেলা –চাদৰ , সংযুক্তা দত্তৰ ডিজাইনেৰে পাটৰ মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বলিউডৰ অভিনেত্ৰী আদা শর্মাই

লেকমি ফেশ্বন উইকত জিলিকিল মেখেলা –চাদৰ , সংযুক্তা দত্তৰ ডিজাইনেৰে পাটৰ মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বলিউডৰ অভিনেত্ৰী আদা শর্মাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7