VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘৰতে বহিয়েই লাভ কৰিব পাৰিব লাইচেন্সঃ অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ সুবিধা

voicedesk by voicedesk
September 3, 2021
in মুখ্য সংবাদ, জীৱন
ঘৰতে বহিয়েই লাভ কৰিব পাৰিব লাইচেন্সঃ অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ সুবিধা
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ড্ৰাইভিং লাইচেন্স নথকাসকলৰ বাবে এটা সুখবৰ। এতিয়া ডি টি অ’ৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতে কম্পিউটাৰত পৰীক্ষা দিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স।

কিন্তু তাৰ বাবে আপুনি দিব লাগিব অনলাইন পৰীক্ষা। লাইচেন্স লাভৰ প্ৰতি আগ্ৰহীসকলৰ বাবে শুকুৰবাৰে মুকলি কৰি দিয়া হয় এটা ড্ৰাইভিং লাইচেন্স এপ। তেনেই সহজ আৰু চমু প্ৰক্ৰিয়াৰে parivahan.gov.in ত গৈ আবেদন কৰিলে পৰৱৰ্তী তথ্য আপোনালোকে সংশ্লিষ্ট এপটোতে লাভ কৰিব।

অসম চৰকাৰৰ পৰিবহন নিগমৰ অধীনত এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। 

ঘৰৰ পৰাই মোবাইলতে আবেদন কৰি উপযুক্তজনে লাভ কৰিব ড্ৰাইভিং লাইচেন্স। লগতে যি কোনো জিলা পৰিবহন কাৰ্যালয়ত বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণ কৰিব পাৰিব। অসমত পঞ্জীয়ন কৰা যান-বাহনৰ সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

সাধাৰণ শ্ৰেণীৰ মানুহে যাতে কোনো দালাল বা মধ্যভোগী নোহোৱাকৈ নিয়াৰিকৈ নিজৰ লাইচেন্স লাভ কৰিব পাৰে তাৰ বাবে এই বিশেষ সুবিধা কৰা হৈছে।

ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰিবহন বিষয়াসকলৰ সৈতে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠকত অনলাইন লাৰ্ণাৰ্চ আৰু ভেহিকল ফিটনেছ এপৰ উন্মোচন সম্পৰ্কে ঘোষণা কৰা হয়। 

উল্লেখ্য যে পৰিবহন বিভাগৰ অন্তৰ্ভূক্ত বিভিন্ন সেৱাৰ ভিতৰত ১৮ টা সেৱা অনলাইনযোগে মুকলি কৰা হৈছে। লাৰ্ণাৰ্চ লাইচেন্সৰ জৰিয়তে এই যাত্ৰাৰ শুভাৰম্ভণি কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

অহা এটা বছৰৰ ভিতৰত অনলাইন সম্পৰ্কীয় কামবোৰ ভালদৰে সম্পন্ন হ’লে ৰাইজৰ ডি টি অ’ অফিচলৈ অহা কাম ৫০ শতাংশ কমি যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Previous Post

ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীলৈ সকাহঃ থিয়েটাৰ খুলিবলৈ চৰকাৰৰ সেউজ সংকেত

Next Post

পাকঘৰৰ উপলব্ধ বিভিন্ন দ্ৰব্যৰ উপাদানেৰে লেতেৰা বাচন কেনেকৈ চাফা কৰিব? জানিবলৈ পঢ়ক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পাকঘৰৰ উপলব্ধ বিভিন্ন দ্ৰব্যৰ উপাদানেৰে লেতেৰা বাচন কেনেকৈ চাফা কৰিব? জানিবলৈ পঢ়ক

পাকঘৰৰ উপলব্ধ বিভিন্ন দ্ৰব্যৰ উপাদানেৰে লেতেৰা বাচন কেনেকৈ চাফা কৰিব? জানিবলৈ পঢ়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7