VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুৰ পোকৰ আক্ৰমণ, ধান চপোৱাৰ সময়তে মুৰে কপালে হাত দিছে কৃষকে

voicedesk by voicedesk
November 11, 2023
in মুখ্য সংবাদ
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুৰ পোকৰ আক্ৰমণ, ধান চপোৱাৰ সময়তে মুৰে কপালে হাত দিছে কৃষকে
0
SHARES
150
VIEWS
Share on FacebookShare on Twitter

সোণগুটি চপোৱাৰ সময়তে চকুলো টুকিবলগীয়া হৈছে ৰাজ্যৰ একাংশ কৃষকে  । সোণালী হৈ পৰা খেতিপথাৰত শুৰ পোকৰ আক্ৰমণৰ বাবে মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ বাক্সা জিলাৰ বৃহত্তৰ মুৰমেলাৰ বহু বিঘা খেতি পথাৰত শুৰ পোকৰ  আক্ৰমণত খেতি নষ্ট হোৱাৰ উপক্ৰম ঘটিছে ।

 

 

প্ৰাপ্ত তথ্য অনুসৰি বাক্সা জিলাৰ মূৰমেলা, ভোগপুৰ, কুছিজাৰৰ লগতে কাষৰীয়া গাওঁসমূহৰ শ শ বিঘা ধাননি পথাৰ শুৰ পোকে নষ্ট কৰিছে ‌। নিশাটোৰ ভিতৰতেই শুৰপোকৰ আক্ৰমণত ধাননি পথাৰ নষ্ট হৈছে । কৃষকসকলে শুৰপোক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিছে যদিও প্ৰতিৰোধ কৰিব নোৱাৰাত হতাশ হৈ পৰিছে ৷

 

কৃষকসকলে কৃষি বিভাগক অৱগত কৰিছে যদিও কোনো কার্যব্যৱস্থা বিভাগীয়ভাৱে গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে ৷কেবল বাক্সাতে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্ত দেখা গৈছে শুৰ পোকৰ আক্ৰমণ ৷

 

 

Previous Post

নগাওঁ কগ্ৰেছত খহনীয়া , আনুষ্ঠানিকভাৱে বিজেপিত যোগদান নগাওঁ জিলা কংগ্ৰেছ সভাপতি সুৰেশ বৰাৰ

Next Post

বৃহৎ পথ-উৰণ সেতুঁ নির্মাণৰ ঘোষণাত ব্যস্ত চৰকাৰ , সূচল পথৰ অভাৱত ঠেলাতে হাস্পতাললৈ নিবলগীয়া হ’ল ৰোগী, লখিমপুৰত ৰাইজৰ হাহাকাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বৃহৎ পথ-উৰণ সেতুঁ নির্মাণৰ ঘোষণাত ব্যস্ত চৰকাৰ , সূচল পথৰ অভাৱত ঠেলাতে হাস্পতাললৈ নিবলগীয়া হ’ল ৰোগী, লখিমপুৰত ৰাইজৰ হাহাকাৰ

বৃহৎ পথ-উৰণ সেতুঁ নির্মাণৰ ঘোষণাত ব্যস্ত চৰকাৰ , সূচল পথৰ অভাৱত ঠেলাতে হাস্পতাললৈ নিবলগীয়া হ’ল ৰোগী, লখিমপুৰত ৰাইজৰ হাহাকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7