VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীপাৱলীৰ দিনাই চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতিল জুবিন, কেতিয়া যাব চিকাৰ ছবিৰ শ্বুটিঙলৈ !!

voicedesk by voicedesk
November 13, 2023
in মুখ্য সংবাদ
দীপাৱলীৰ দিনাই চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতিল জুবিন, কেতিয়া যাব চিকাৰ ছবিৰ শ্বুটিঙলৈ !!
0
SHARES
271
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ ওভতিল যুৱ প্ৰজন্মৰ হার্টথ্ৰ’ব জুবিন গার্গ ৷দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয় হয় । যোৱা বুধবাৰৰ পৰা  ৫ দিন ধৰি নেমকেয়াৰ হাস্পতালত  জুবিন চিকিৎসাধীন হৈ আছিল । শুকুৰবাৰে আইচিইউৰ পৰা কেবিনলৈ জুবিনক স্থানান্তৰ কৰা হৈছিল ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে জুবিনক চিকিৎসা কৰি আহিছিল । বর্তমান জুবিন সম্পূর্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷ তেওঁৰ সকলো স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিয়মীয়া হোৱাত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷

 

আনহাতে জুবিন গাৰ্গেঘৰলৈ ওভতাৰ পূর্বে  সংবাদ মাধ্যমৰ সন্মুখত  কয়, “চিকিৎসকে জিৰণি ল’বলৈ পৰামর্শ দিছে যদিও মোৰ বহু কাম বাকী আছে ৷ মই কাইলৈৰ পৰাই পুনৰ কাম আৰম্ভ কৰিম ৷ এই ৫ দিন হাস্পতালত ভাল জিৰণি পালোৱেই ৷ আগতকৈ কামৰ পৰিমান মই কম কৰি দিম ৷ আগতে যদি ৬-৭ টা গান গাইছিলো , এতিয়াৰ পৰা দুটা গান গাম ৷ ওৰে নিশা কাম কৰাৰ অভ্যাস লাহে লাহে বাদ দিছো ৷ আগতে ওৰে নিশা কাম কৰিছিলো ৷ আজিকালি মই নিশা ২-৩ বজাত কাম সামৰি দিও ৷  হস্পিতালৰ আইচিইউত থকা সময়খিনি ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ চিত্ৰনাট্য লিখি আছিলোঁ।“

 

ইপিনে চিকাৰ ছবিৰ শ্বুটিঙৰ বাবে  লণ্ডনলৈ যাব লগা কাৰ্য্যসূচী বাতিল কৰা বুলি তেওঁ সদৰী কৰে ৷ এই প্ৰসংগত তেওঁ কয় ‘মই ফেব্ৰুৱাৰীত লণ্ডনলৈ যাম। এতিয়া যিসকল অভিনেতাৰ কাম আছে তেওঁলোক গৈছে । আহিবলগীয়া সংগীতানুষ্ঠান সমূহ কৰি যাম বন্ধ নহয়। ১৯ আৰু ২৬ ডিচেম্বৰত মোৰ অনুষ্ঠান আছে ৷”

 

 

নতুন ছবি চিকাৰ অহা বর্ষৰ ছেপ্তেম্বৰ –অক্টোবৰ মাহত মুকলি কৰি দিয়া হ’ব বুলিও তেওঁ সদৰী কৰে ৷

 

 

Previous Post

মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ দুই ভাতৃৰ জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ

Next Post

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7