VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বৰক’লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ বিদায় সভা সম্পন্ন

voicedesk by voicedesk
November 18, 2023
in মুখ্য সংবাদ
নগাঁৱৰ বৰক’লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ বিদায় সভা সম্পন্ন
0
SHARES
521
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৭নবেম্বৰ:–নগাঁও জিলাৰ বৰক’লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুষ্পকান্ত দাসক বিদায় সম্বৰ্ধনা জনোৱা হয় । সেই উপলক্ষে আয়োজিত বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুৰুমুখ সিঙে। সভাত সভাপতি গুৰুমুখ সিঙে ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ৰ মূল্যবোধৰ অৱক্ষয়ৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক গুণগত আৰু নৈতিক শিক্ষাইহে প্ৰকৃত মানুহ হিচাপে গঢ় দি তুলিব। বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জু সিঙে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত ৰাষ্ট্ৰীয়-ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী তথা লেখিকা মঞ্জুৰাণী লস্কৰ,শিক্ষাব্ৰতী ৰজত মুদৈ, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহ আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বলীন্দ্ৰ লস্কৰে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পকান্ত দাস এগৰাকী সুদক্ষ আৰু সফল শিক্ষক আছিল বুলি মন্তব্য প্ৰকাশ কৰে। সভাত বিশিষ্ট সমাজকৰ্মী মোহিনী মোহন লস্কৰ,মিলন বৰা, যতীন্দ্ৰ মোহন দাস,শিক্ষক লক্ষী প্ৰসাদ বৰুৱা,পৰাগমণি বৰুৱাকে ধৰি অঞ্চলৰ গণ্য-মান্য ব্যক্তি সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে। কিনকিনিয়া বৰষুণকো নেওচি প্ৰধান শিক্ষক গৰাকীৰ বিদায় সভাত ভালে সংখ্যক গুণমুগ্ধ,ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটোৱেই শিক্ষকগৰাকীৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধাক প্ৰকাশ কৰে । উল্লেখযোগ্য যে বিদায়ী প্ৰধান শিক্ষক পুষ্পকান্ত দাসক সম্বৰ্ধনা পত্ৰ,গামোচা,শিখ সমাজৰ ধৰ্মীয় বস্ত্ৰ,শৰাই,চেলেং,ফুলৰ থোপা, গ্ৰন্থৰ টোপোলাৰে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে উষ্ম বিদায় সম্বৰ্ধনা জনায় ।

Previous Post

অধ্যাপক ড০ ৰঞ্জন কুমাৰ কাকতিক আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ট্ৰেক ছ’চাইটিৰ কাৰ্যবাহী সদস্য হিচাপে মনোনয়ন

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7