VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও কলেজ (অট’নমাচ)ত জনজাতি পৰিক্ৰমা বিভাগৰ অনুমোদিত ছাত্ৰী নিবাস উদ্বোধন

voicedesk by voicedesk
November 27, 2023
in মুখ্য সংবাদ
নগাঁও কলেজ (অট’নমাচ)ত জনজাতি পৰিক্ৰমা বিভাগৰ অনুমোদিত ছাত্ৰী নিবাস উদ্বোধন
0
SHARES
119
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৭নবেম্বৰ:–নগাঁও কলেজ (অট’নমাচ)ত অসম চৰকাৰৰ অধীনৰ জনজাতি পৰিক্ৰমা (ভৈয়ামৰ) বিভাগৰ দ্বাৰা অনুমোদিত নৱনিৰ্মিত ছাত্ৰী নিবাসটি ৰবিবাৰে উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উদ্বোধনী ভাষণত পেগুয়ে “জয় বিজ্ঞান জয় অনুসন্ধান” ধ্বনিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত সকলোকে অনুসন্ধিৎসু হ’বলৈ আহ্বান জনায় । তেওঁ লগতে শিক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাৰ স্থান সম্পৰ্কেও উল্লেখ কৰে। সমগ্ৰ অসমৰ ভিতৰতে নগাঁও জিলাক কিদৰে শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে, নগাঁও জিলাৰ শৈক্ষিক উন্নয়নৰ কাৰণ কি অথবা শৈক্ষিক উন্নয়নত ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ স্থান কেনেধৰণৰ সেই সম্পৰ্কে এক জৰীপ কৰিবলৈ নগাঁও কলেজক আহ্বান জনায়।

নগাঁও কলেজৰ উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰাই আঁত ধৰা এই কাৰ্যসূচীত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে। ড° বৰকটকীয়ে কলেজৰ বাবে ছাত্ৰী নিবাসৰ গুৰুত্ব কিমান সেই সম্পৰ্কে উল্লেখ কৰে। অসমৰ বিভিন্ন ঠাইৰ জনজাতীয় ছাত্ৰীয়ে এই আবাসৰ দ্বাৰা সুবিধা লাভ কৰিব বুলিও উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মাই ছাত্ৰী নিৱাসটো উদ্বোধন কৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে আৰু নগাঁও কলেজক শুভেচ্ছা জ্ঞাপন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্ত,অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীকে প্ৰমুখ্য কৰি কলেজৰ অধ্যাপক-অধ্যাপিকা,অনা শিক্ষক কৰ্মচাৰী,দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে আৰু শুভাকাঙ্ক্ষীসকল। তদুপৰি নগাঁও কলেজৰ এন.চি.চি আৰু এন.এছ.এছ ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকাৰ লগতে তেওঁলোকে সকলোকে উষ্ম আদৰণি জনায়। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ দ্বাৰা উদ্বোধনী অনুষ্ঠানৰ অন্ত পৰে।

Previous Post

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7