VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

voicedesk by voicedesk
November 28, 2023
in মুখ্য সংবাদ
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

????????????????????????????????????

0
SHARES
2.3k
VIEWS
Share on FacebookShare on Twitter

 

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্ত এপিএছ বিষয়া সুকন্যা দাসক বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিৰ সন্মুখত হাজিৰ হ’ব লাগিব। অহা এক ডিচেম্বৰত সুকন্যাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। লগতে আন এজন এপিএছকো হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এছআইটিয়ে ৷বৰ্তমান সুকন্যা দাস গুৱাহাটী ক্ৰাইম বাঞ্চৰ এডিচিপি হিচাপে কৰ্মৰত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি ন্যায়িক আয়োগে সুকন্যা দাসৰ ৮ খন উত্তৰবহী লাভ কৰিছিল ৷ অথচ মূল পৰীক্ষাত মাত্র ৬ টা বিষয়ৰহে প্রশ্নোত্তৰ লিখিব লাগে। ইয়াৰ পিছতেই সুকন্যা দাসৰ দুখন বহী জাল বুলি প্রমাণিত হৈছে। এই ঘটনা সংক্ৰান্তত ন্যায়িক আয়োগে সুকন্যা দাসক দুবাৰকৈ তলৱ কৰিছিল যদিও সুকন্যা হাজিৰ হোৱা নাছিল।

ইপিনে  আজি এচিএছ বিষয়া আকাশী দুৱৰাৰ আৰু ত্ৰিদিব ৰয় এছআইটিৰ  সন্মুখত হাজিৰ হৈছে ৷ দুয়োজনৰ বিৰুদ্ধে ন্যায়িক আয়োগে বিস্ফোৰক তথ্য লাভ কৰিছে।  জানিব পৰা মতে, আকাশী দুৱৰাকপৰীক্ষাত  ২২০ নম্বৰ বঢ়াই দিয়া হৈছিল। কেলেংকাৰীত অভিযুক্ত থকা প্ৰত্যেকজন বিষয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এছআইটিৰ সন্মুখত হাজিৰ হ’ব লাগিব। ইয়াৰ পূর্বে এছআইটিয়ে জেৰাৰ অন্তত দুই বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ সেয়েহে আকাশী দুৱৰা আৰু ত্ৰিদিব ৰয়কো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে এছআইটিয়ে ৷

Previous Post

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব

Next Post

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7