VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কন্যাৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ মাতৃৰ মৃত্যু, স্কুটী লোৱা নহ’ল মেধাবী ছাত্ৰী মুর্শ্বিদাৰ, নগাওঁত শোকাৱহ পথ দুর্ঘটনা

voicedesk by voicedesk
November 30, 2023
in মুখ্য সংবাদ
শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাঁও দুৰ্ঘটনা, পানীত বাগৰি পৰিল মেজিক-টাটাচুম’
0
SHARES
3.9k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নগাঁও জিলাৰ টোকলাই বেবেজীয়াত সংঘটিত হয় দুটা  শোকাৱহ পথ দুর্ঘটনা ৷ দুয়োটা দুর্ঘটনাতে কৰুণ মৃত্যুক সাৱতি লয় দুগৰাকী মহিলাই ৷  নগাঁও চহৰৰ আমোলাপট্টিৰ গীতাঞ্জলি শৰ্মা আৰু জুৰীয়াৰ মুশ্চিৰ্দা ফেৰদৌজৰ মৃত্যু হয়  ৷

 

 

প্ৰাপ্ত তথ্য অনুসৰি নিহত গীতাঞ্জলি শৰ্মাই কন্যাৰ বিবাহৰ অভ্যৰ্থনাৰ বাবে নিমন্ত্ৰন জনাবলৈ গৈছিল ৷  ডিচেম্বৰত গীতাঞ্জলি শৰ্মাৰ কন্যাৰ বিবাহৰ দিন ঠিক কৰা হৈছিল ৷ স্বামীহাৰা গীতাঞ্জলি শৰ্মাই  কন্যাৰ বিবাহৰ বজাৰ সমাৰৰ পৰা নিমন্ত্ৰণ জনোৱালৈকে সকলো কাম নিজে তদাৰক কৰি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় ৷ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে গীতাঞ্জলি শৰ্মাই ৷

 

 

ইফালে মেধাৰ বলত লাভ কৰা স্কুটী গ্ৰহণ কৰিবলৈ নাপালে মুৰ্শ্বিদা ফেৰদৌজৰ ৷ জুৰীয়া চামধৰাৰ মুৰ্শ্বিদাই পিতৃ হাবিবুৰ ৰহমানৰ সৈতে এ এছ ০২ এ ডি ৬৮৭৩ নম্বৰৰ মটৰ চাইকেলৰে নগাঁৱলৈ আহিছিল ৷ মুৰ্শ্বিদাই লাভ কৰা স্কুটিৰ বাবে গনপতি হিৰ’ নামৰ প্ৰতিস্থানটিত নথি পত্ৰ জমা দিবলৈ আহিছিল ৷

 

 

আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে নেহৰুবালিত মুৰ্শ্বিদাই স্কুটীগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু গুৱাহাটীৰ পৰা নগাঁও চহৰলৈ অহা এ এছ ০৪ এ চি ৯৫২৭ নম্বৰৰ ট্ৰেভেলাৰৰ সৈতে মুৰ্শ্বিদা যোৱা মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষত পিতৃ আৰু কন্যা গুৰুতৰভাৱে আহত হয় ৷ পৰৱর্তী সময়ত মেধাৱী ছাত্ৰী মুৰ্শ্বিদ ফেৰদৌচৰ মৃত্যু হয় ৷ পিতৃ বৰ্তমানেও চিকিৎসাধীন ৷দূৰ্ঘটনা দুটাত আহত আন ৫জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷

Previous Post

মহানগৰীৰ ফ্লেটত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

Next Post

৩৫ সহস্ৰাধিক শিক্ষার্থীক স্কুটী প্ৰদান ৰাজ্য চৰকাৰৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
৩৫ সহস্ৰাধিক শিক্ষার্থীক স্কুটী প্ৰদান ৰাজ্য চৰকাৰৰ

৩৫ সহস্ৰাধিক শিক্ষার্থীক স্কুটী প্ৰদান ৰাজ্য চৰকাৰৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7