VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিএমডব্লিউ-১৫ একৰ মাটি-বৃহৎ পৰিমানৰ সোণ যৌতুক হিচাপে কৰা দাবী পুৰণ নকৰাত বাতিল বিবাহ, হতাশাত ভূগি চেন্নাইৰ চিকিৎসকৰ আত্মহত্যা ?

voicedesk by voicedesk
December 7, 2023
in মুখ্য সংবাদ
বিএমডব্লিউ-১৫ একৰ মাটি-বৃহৎ পৰিমানৰ সোণ যৌতুক হিচাপে কৰা দাবী পুৰণ নকৰাত বাতিল বিবাহ, হতাশাত ভূগি চেন্নাইৰ চিকিৎসকৰ আত্মহত্যা ?
0
SHARES
82
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ তিৰুৱনন্তপুৰমত এগৰাকী ২৬ বছৰীয়া চিকিৎসকৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অভিযোগ অনুসৰি তেওঁৰ প্ৰেমিকে যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে চিকিৎসক গৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল। তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ডাঃ শ্বাহানাৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে।

 

আত্মহত্যাৰ অভিযোগ আৰু যৌতুক প্ৰতিৰোধ আইনৰ অধীনত প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তেওঁক আটক কৰিছে আৰক্ষীয়ে ৷ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডাঃ শ্বাহনাই মাতৃ আৰু  ভাতৃ-ভগ্নীৰ সৈতে বাস কৰিছিল। তেওঁৰ পিতৃৰ দুবছৰ আগতে মৃত্যু হৈছিল। ডাঃ ই এ ৰুৱাইছৰ সৈতে প্ৰেমৰ সম্পর্ক আছিল যুৱতী গৰাকীৰ ৷ দুয়োজনে বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

 

ড০ শ্বাহানাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ড০ ৰুৱাইছৰ পৰিয়ালে ১৫০ টা সোণৰ ছ’ভাৰেইন, ১৫ একৰ মাটি আৰু এখন বিএমডব্লিউ গাড়ী যৌতুক হিচাপে দাবী কৰিছিল। ডাঃ শ্বাহনাৰ পৰিয়ালে যেতিয়া দাবী পূৰণ কৰিব নোৱাৰো বুলি কোৱাত  প্ৰেমিকৰ পৰিয়ালে বিয়াখন বাতিল কৰে বুলি প্ৰকাশ পাইছে । ইয়াৰ ফলত যুৱতী চিকিৎসকগৰাকীয়ে অতিশয় হতাশ হৈ পৰে আৰু আত্মহত্যা কৰে ৷ তেওঁৰ এপাৰ্টমেণ্টত উদ্ধাৰ কৰা এখন চুইচাইড নোটত লিখা আছিল, “সকলোৱে কেৱল টকা বিচাৰে” ৷

 

যৌতুক দাবীৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।ৰাজ্যৰ সংখ্যালঘু আয়োগেও এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। পেনেলৰ অধ্যক্ষ এ এ ৰছিদে জিলা উপায়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত আৰু চিকিৎসা শিক্ষা সঞ্চালকক ১৪ ডিচেম্বৰত আয়োগৰ সন্মুখত হাজিৰ হৈ প্ৰতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে ৷

 

​

Previous Post

সুৰাপান কৰি আহে কার্যালয়লৈ, নিলম্বিত শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰা

Next Post

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7