VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আয়কৰ বিভাগৰ লক্ষ্য কংগ্ৰেছ, ২১০ কোটি টকাৰ কৰ গোচৰত জব্দ কৰা হ’ল বেংক একাউণ্ট

voicedesk by voicedesk
February 16, 2024
in মুখ্য সংবাদ
আয়কৰ বিভাগৰ লক্ষ্য  কংগ্ৰেছ, ২১০ কোটি টকাৰ কৰ গোচৰত জব্দ কৰা হ’ল  বেংক একাউণ্ট
0
SHARES
84
VIEWS
Share on FacebookShare on Twitter

লোকসভা নির্বাচনৰ পূর্বে আয়কৰ বিভাগ কংগ্রেছ আৰু ইয়াৰ সংযুক্ত সংস্থাসমূহৰ বিৰুদ্ধে তৎপৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ শুকুৰবাৰে দলীয় নেতা অজয় ​​মাকেনে অভিযোগ কৰে যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত আয়কৰ বিভাগে যুৱ কংগ্ৰেছকে ধৰি বিভিন্ন শাখা সংগঠনৰ একাউণ্ট জব্দ কৰিছে।

 

শুকুৰবাৰে অজয় মাকেনে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। এই ঘটনা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক জঘন্য আঘাত। যুৱ কংগ্ৰেছকে ধৰি শাখা সংগঠনসমূহক আয়কৰ ফাঁকিৰ বাবে সংশ্লিষ্ট বিভাগে ২১০ কোটি টকাৰ জৰিমনা দাবী কৰা বুলি অভিযোগ কৰে তেওঁ । এই বিষয়টো এতিয়া আয়কৰ আপীল ন্যায়াধিকৰণৰ সন্মুখত বিচাৰাধীন হৈ আছে। ইফালে আয়কৰ বিভাগে অবৈধ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ অভিযোগ কৰে ৷

 

কংগ্ৰেছৰ সাংসদ-বিধায়কে দলৰ পুঁজিলৈ দিয়া ভাট্টাৰ অংশ ‘ফ্ৰ’জেন’ একাউণ্টত ৰখা হয় বুলি দাবী কৰে অজয়ে। তেওঁ কয় –‘ যিকোনো সাংসদ আৰু বিধায়কে কিমান টকা দিছে সেই সন্দৰ্ভত আমাৰ হাতত বিতং তথ্য আছে। সেই একাউণ্টটোও ফ্ৰীজ কৰা হৈছে ৷ দেশত এতিয়া গণতন্ত্ৰৰ অস্তিত্ব নাই। এটা দলৰ স্বৈৰাচাৰী শাসন চলিছে । মূল বিৰোধী দলৰ বিৰুদ্ধে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰা হৈছে। আমি ন্যায়পালিকা, সংবাদ মাধ্যম আৰু জনসাধাৰণৰ পৰা ন্যায় বিচাৰিম।”

 

কংগ্ৰেছৰ অধিবক্তা কোষৰ নেতা বিবেক তংকাই অভিযোগ কৰিছে যে আয়কৰ বিভাগে সংশ্লিষ্ট বেংক কৰ্তৃপক্ষক তেওঁলোকৰ চাৰিটা একাউণ্ট ‘ফ্ৰীজ’ কৰি সকলো লেনদেন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ফলত লোকসভা নিৰ্বাচনৰ পূৰ্বে চান্দা গ্ৰহণ আৰু ব্যয়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো ৷ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক ‘অসাংবিধানিক’ বুলি ঘোষণা কৰাৰ পিছত মোদী চৰকাৰে বিৰোধী দললৈ অনুদান বন্ধ কৰাৰ বাবে এই কৌশল গ্ৰহণ কৰা বুলি দাবী কৰে কংগ্ৰেছ নেতাৰ এটা অংশই।

​

Previous Post

সঁচাকৈয়ে আহি আছে নেকি তুষাৰ যুগ? সঁচাকৈয়ে তুষাৰ যুগৰ সন্মুখীন হ’ব নেকি পৃথিৱীৰ এক বৃহৎ অংশ?

Next Post

সপত্নীক তাজমহল ভ্ৰমণ কৰাৰ সময়ত বিশ্ববিখ্যাত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ কি প্ৰশ্নই স্তম্ভিত কৰিলে গাইডক?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সপত্নীক তাজমহল ভ্ৰমণ কৰাৰ সময়ত বিশ্ববিখ্যাত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ কি প্ৰশ্নই স্তম্ভিত কৰিলে গাইডক?

সপত্নীক তাজমহল ভ্ৰমণ কৰাৰ সময়ত বিশ্ববিখ্যাত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ কি প্ৰশ্নই স্তম্ভিত কৰিলে গাইডক?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7